Public App Logo
Profile Picture

Rikheswar

@rikheswarboruah
29015Followers
4Following
মাহমৰা: কচুমাৰি যুৱ সমাজ আৰু তৃতীয় বাৰ্ষিক মুকলি বিহু উদযাপন সমিতিৰ তৰফৰ পৰা মন্ত্ৰী যোগেন মহনক মৰাণ নগৰস্থিত বাসগৃহত সম্বৰ্ধনা
মাহমৰা: বিহু আৰু অসমীয়া ভাষাৰ ওপৰত মৰাণ নগৰত গুৰুত্বপূৰ্ণ মন্তব্য বিশিষ্ট চিন্তাবিদ, লেখক ময়ূৰ বৰাৰ
মাহমৰা: মন্ত্ৰী, শিক্ষাবিদ, বিশিষ্ট ব্যক্তিৰ উপস্থিতিত মৰাণ মহিলা মহাবিদ্যালয়ত ড° প্ৰদীপ হাজৰিকাৰ স্মাৰকগ্ৰন্থ উন্মোচন
মাহমৰা: মাহমৰা সমষ্টিৰ বঁটামৰা ৰাজহুৱা খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে পঞ্চদশ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন সম্পন্ন
মাহমৰা: খামন গাওঁ ৰাজহুৱা খেলপথাৰত 'ৰঙালী বিহু সন্মিলনৰ' লাইখুঁটা স্থাপন মন্ত্ৰী যোগেন মহনৰ ।
মাহমৰা: মাহমৰা সমষ্টিৰ খুমটাই তিনিআলিত পলাশ শীৰ্ষক এটি গীত উন্মোচন
মাহমৰা: পবিত্ৰ ৰমজান মাহ উপলক্ষ্যে মৰাণ টাউন মণ্ডল সংখ্যালঘু মৰ্চাৰ উদ্যোগত পৌৰসভা এলেকাধীন ৬ নং ৱাৰ্ডত ইফতাৰৰ দাৱত পালন
মাহমৰা: আছু মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত সপ্তবিংশতিতম বহাগী মহোৎসৱ
মাহমৰা: মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত বিশ্ৰামপুৰ হিমপাৰা গাঁৱৰ পৰা ৯ জন জুৱাৰী আটক মৰাণহাট আৰক্ষীৰ
মাহমৰা: ডিজিটেল পেমেন্টৰ ব্যৱহাৰ কৰিবলৈ প্ৰধানমন্ত্ৰীৰ আহ্বানৰ সন্দৰ্ভত মৰাণহাটত প্ৰতিক্ৰিয়া দিচাংপানী ধেমাজি বিলৰ সচেতন মহিলাৰ
মাহমৰা: এ জে ওৱাই চি পিৰ উদ্যোগত অনুষ্ঠিত ৰঙালী বিহু সন্মিলনৰ শ্ৰেষ্ঠ বিহু দল 'সপ্তৰথী গাভৰু বিহু দল'ক মৰাণ নগৰত বঁটা প্ৰদান
মাহমৰা: মৰাণহাটস্থিত মিলিত শিল্পী সমাজৰ নাট্যমন্দিৰত শিল্পকলা বিদ্যালয়ৰ উদ্যোগত ৪১ সংখ্যক মুকলি বিহু উদযাপন
মাহমৰা: শচীন টেণ্ডুলকাৰৰ জন্মদিন উপলক্ষ্যে মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত 'ক্ৰিকেট কুইজ' শীৰ্ষক গ্ৰন্থ উন্মোচন
মাহমৰা: মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত হিংৰিজান,বটুৱা, উচাবামত অবৈধ সুৰাৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই নষ্ট কৰে ১২০ লিটাৰ চুলাই
মাহমৰা: বিহুৰ সন্দৰ্ভত বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বিতৰ্কিত মন্তব্যত প্ৰতিক্ৰিয়া মৰাণ নগৰত এ জে ওৱাই চি পিৰ নেতা পলাশ চাংমাইৰ
মাহমৰা: মৰাণহাট উষাপুৰ খেলপথাৰত ৰঙালী বিহু সন্মিলনত নিশা উপস্থিত মন্ত্ৰী যোগেন মহন
মাহমৰা: এ জে ৱাই চি পিৰ মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত মৰাণহাট উষাপুৰ খেলপথাৰত ত্ৰিংশতম সন্মিলিত ৰঙালী বিহু সন্মিলনৰ আজি অন্তিম দিন
মাহমৰা: আটাছুৰ উদ্যোগত মৰাণ উষাপুৰ খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কেন্দ্ৰীয় ব'হাগী সন্মিলনৰ সফল সামৰণি
মাহমৰা: মৰাণ নগৰৰ নিবাসী নিমিষা দিহিঙীয়াই লতাশিল বিহুৰ বিহুৰাণীৰ খিতাপ লাভ কৰি নিজ গৃহত উপস্থিত হোৱাৰ পিছতে সম্বৰ্ধনা টাইপাৰ
মাহমৰা: মন্ত্ৰী যোগেন মহনৰ নেতৃত্বত মাহমৰাত "ৰঙালী বিহু সন্মিলন" উদযাপনৰ সন্দৰ্ভত মাহমৰাত ৰাজহুৱা সভা অনুষ্ঠিত
মাহমৰা: ১ নং বালিখুটি, ২ নং বালিখুটি আৰু উচাবামত অবৈধ সুৰাৰ বিৰুদ্ধে মৰাণহাট আৰক্ষীৰ অভিযান, বৃহৎ পৰিমাণৰ চুলাই নষ্ট
মাহমৰা: উষাপুৰ খেলপথাৰত আটাছুৰ উদ্যোগত কেন্দ্ৰীয় ব'হাগী সন্মিলন
মাহমৰা: মৰাণ নগৰত সামাজিক ন্যায় পষেক কাৰ্যসূচীত অঙ্গনবাড়ী কর্মী সকলক সম্বর্ধনা
মাহমৰা: ককৰামৰাত মৰাণ হাট আৰক্ষীৰ অভিযানত জব্দ অবৈধ ভাৱে ৰখা বিলাতি সুৰা
মাহমৰা: মৰাণ নগৰৰ নিবাসী নিমিষা দিহিঙীয়াই লতাশিল বিহুৰ বিহুৰাণী খিতাপ লাভ কৰাত মৰাণ নগৰত প্ৰতিক্ৰিয়া মাহমৰা যুৱ কংগ্ৰেছৰ সভাপতিৰ