Public App Logo
Profile Picture

#GOGAMUKH PUBLIC

@dibyaborgohain
31286Followers
11Following
গোগামুখ: নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণস্থলী পৰিদৰ্শন কেন্দ্ৰীয় ৰাজ্যিক শক্তিমন্ত্ৰী কৃষ্ণ পালৰ
গোগামুখ: গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ অঞ্চলটোৰ দুটা সমস্যা সমাধানৰ দাবীত গোগামুখ চক্ৰ বিষয়াক স্মাৰক পত্ৰ প্ৰদান
গোগামুখৰ মিংমাং ৰূপহী জলপ্ৰপাত  বন্ধুৰ সৈতে গাধুবলৈ গৈ এজন যোৱকৰ মৃত্যু। ৰূপম বাৰ নামৰ  বন্ধু জনৰ ওপৰত পৰিয়ালৰ  এজাহাৰ
গোগামুখ: গোগামুখত অসম যুৱ-ছাত্ৰ পৰিষদৰ বহাগী উৎসৱৰ বাবে সংগ্ৰহ কৰা টকাৰে ক্ৰয় কৰা এম্বুলেন্স আজি ৰাইজৰ বাবে আনুষ্ঠানিকভাবে মুকলি
গোগামুখ: ধেমাজিত ২০০৪ চনৰ স্বাধীনতা দিৱস পেৰেড গাউণ্ডত বোমা বিস্ফোৰণ নিহিত শ্বহীদ গিৰিণ শইকীয়াক ৰাজহুৱা শ্ৰৰ্ধাঞ্জলী
গোগামুখ: মিচিং স্বায়ত্ব শাসিত পৰিষদে বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি অনুস্থিত কৰা ৰচনা আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ ফলাফল ঘোষণা
গোগামুখৰ মিংমাং সৰিয়নী গাঁওৰ চুতালৰ মাজেৰে বৈছে নৈ
গোগামুখ: ধেমাজি জিলাৰ শ্ৰম বিষয়াই গোগামুখৰ বিভিন্ন হোটেলত অভিযান চলাই গোগামুখৰ নন্দিনী চুইটৰ পৰা শিশু শ্রমিক উদ্ধাৰ।
গোগামুখ: টকিঅ অলিম্পিকত লাভলিনা বৰগোহাঁইয়ে নিজৰ পদক নিশ্চিত হোৱাত গোগামুখত আনন্দ উৎসৱ
গোগামুখ: প্ৰায়াত অনিৰ্বাণ বি গোহাঞি একাজলি অশ্ৰুঅঞ্জলী গোগামুখ প্ৰেছ ক্লাৱৰ উদ্যোগত
গোগামুখ: গোগামুখত পথ দুৰ্ঘটনাত এগৰাকী যুৱতীৰ মৃত্যু
গোগামুখ: গোগামুখত মঙ্গলবাৰে দিনটোত কভিড আক্ৰান্ত সংখ্যা ৮ জন। ১এপ্ৰিলৰ পৰা ২৭ জুলাইলৈ গোগামুখত ৩৮৯৮৬ গৰাকীক কভিড পৰীক্ষা সম্পূৰ্ন
গোগামুখ: গোগামুখত অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক অনিৰ্বাণ বি.গোঁহাইৰ আকস্মিক দেহাৱসান
গোগামুখ: মূল্যবৃদ্ধিৰ বিৰুদ্ধে গোগামুখ আঞ্চলিক ছাত্র সন্থাৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ
গোগামুখ: জাপানীজ এন্কেপ্লাইটিজ ৰোগৰ প্ৰাদুৰ্ভাবলৈ লক্ষ্য কৰি গোগামুখত গাহৰি ফাৰ্মবোৰত ব্লিচিং পাউদাৰ বিতৰণ ৰাজহ চক্ৰ বিষয়াৰ
গোগামুখ: গোগামুখৰ ৩০ খন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয়ত দুদিনত ক'ভিডত আক্ৰান্তৰ সংখ্যা ৭ জন, আজি ৫০ জন লোকক কভিড ভেক্সিন প্ৰদান কৰে
গোগামুখ: গোগামুখত ঠায়ে ঠায়ে বতাহ ধুমুহাৰ তাণ্ডৱ, বিদুৎ সেৱা বিচ্ছিন্ন, গেৰুকামুখ আৰক্ষী থানাৰ বেটেলিয়ান কেম্পৰ উৰুৱাই নিলে টিংপাত
গোগামুখ: গোগামুখত দুদিনত কভিড ১৯ আক্ৰান্ত সংখ্যা ১০ জন, আজি ৪ জন আক্ৰান্ত কভিডত
ধেমাজি: জয়ৰামপুৰ সন্তপুৰত জীয়াধল নদীৰ বৃহৎ খহনীয়া, চৰকাৰে নিৰ্মাণ কৰা পাৰ্কুপাইনে কোনো ফল নিদিয়া বুলি প্ৰকাশ ৰাইজৰ
গোগামুখ: গোগামুখ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোৰঞ্জন শইকীয়াৰ নেতৃত্বত গোগামুখত বৃহত পৰিমাণৰ সুৰা জব্দ
গোগামুখ: গোগামুখত মঙ্গলবাৰে এগৰাকী ১৩ বছৰীয়া শিশু সহ ক'ভিড১৯ আক্ৰান্ত সংখ্যা ৪ জন,ৰাইজৰ মাজত নাই সজাগতা
গোগামুখ: গোগামুখত ৰাইজে খেদি খেদি আটক কৰিলে এটা ছাগলী চোৰক
গোগামুখ: গোগামুখত দেওবাৰে ক'ভিড ১৯ত এজনো লোক আক্ৰান্ত হোৱা নাই
গোগামুখ: গোগামুখত আজি পুনৰ ৭জন কভিড ১৯ আক্ৰান্ত। কাইলৈ গোগামুখ ৩০ খন বিচনা যুক্ত গ্ৰাম্য চিকিৎসাত কভিড ভেকচিন দ্বিতীয় পালি বেজি
গোগামুখ: গোগামুখত আজি কভিড ১৯ আক্রান্ত সংখ্যা ৮ জন।ইয়াৰে এজন ১১বছৰীয়া শিশু আছে