Public App Logo
Profile Picture

Banamali Mahanta

@banamalimahanta
60065Followers
6Following
চিচিবৰগাঁও: বহিঃৰাজ্যত সন্ধানহীন নিলখৰ অসমীয়া যুৱক :
চিচিবৰগাঁও: চৰকাৰে ক্ষুদ্ৰ বিদ্যুৎ উৎপাদনক্ষম প্ৰকল্পত গুৰুত্ব দিয়ক, চিচিবৰগাঁৱত মন্তব্য এছ এম এম এছৰ কেঃ সহকাৰী সম্পাদক ৰুদ্ৰ ভূঞাৰ
চিচিবৰগাঁও: ভৈৰৱপুৰত এটা পৰিয়ালৰ ওপৰত দলবদ্ধ আক্ৰমণ, চিলাপথাৰ আৰক্ষীৰ বিৰুদ্ধে গোচৰ পঞ্জীয়নত হেমাহিৰ অভিযোগ
চিচিবৰগাঁও: কুলাজানত চিচিবৰগাঁও ব্লক কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্যৰ অংশগ্ৰহণ
চিচিবৰগাঁও: লিকাবালিৰ এম ই এছত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত, ৫০লক্ষাধিক টকাৰ সম্পত্তি জুইত জাহ গʼল
চিচিবৰগাঁও: লিকাবালিত আৰক্ষীয়ে ৩৯ কাৰ্টুন অবৈধ অৰুণাচলী সুৰাসহ জব্দ কৰে এখন অটʼভেন
চিচিবৰগাঁও: বেতনিপাম পঞ্চায়তৰ সভাপতি বিক্ৰম গগৈক গ্ৰেপ্তাৰক লৈ চিচিবৰগাঁৱত কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ দাবী এ জে ৱাই পিৰ কেঃ সভাপতিৰ
চিচিবৰগাঁও: শ্ৰীপানী বালিজানত ৬৫ বছৰীয়া বৃদ্ধৰ আত্মহত্যা, অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি
চিচিবৰগাঁও: চৌখামটিং নামঘৰত উপস্থিত সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভূৱন পেগু, ৰাইজৰ অভাৱ-অভিযোগ সন্দৰ্ভত আলোচনা
চিচিবৰগাঁও: চিলাপথাৰত আৰক্ষীয়ে আটক কৰিলে ড্ৰাগছসহ দুই অৰুণাচলী সৰবৰাহকাৰীক,এগৰাকী মহিলা সহ দুই সৰবৰাহকাৰীৰ পলায়ন
চিচিবৰগাঁও: চিচিবৰগাঁও উপ-জিলা ঘোষণা কৰা কাৰ্যত চিলাপথাৰত ফটকা ফুটাই আনন্দ উল্লাস ৰাইজৰ : মুখ্যমন্ত্ৰী,সাংসদ-বিধায়কক ধন্যবাদ জ্ঞাপন
চিচিবৰগাঁও: ভয়ংকৰ বানৰ কবলত আমগুৰি পঞ্চায়ত, বন্যাৰ্তৰ মাজত হাহাকাৰ পৰিস্থিতি, চৰকাৰক সাহায্য প্ৰদানৰ আহ্বান
চিচিবৰগাঁও: চিচিবৰগাঁৱত আৰক্ষীৰ বিৰুদ্ধে জব্দ কৰা ধন হৰলুকি কৰা বুলি কৰা অভিযোগৰ তদন্তৰ দাবী AJYP ৰ সভাপতি উজ্জ্বল কুমাৰ চুতীয়াৰ :
চিচিবৰগাঁও: চিচিবৰগাঁৱত চিলাপথাৰ আৰক্ষীৰ বিৰুদ্ধে অপৰাধীৰ পৰা জব্দ কৰা বৃহৎ অংকৰ ধন হৰলুকী কৰাৰ অভিযোগ এগৰাকী মহিলাৰ
চিচিবৰগাঁও: অৰুণাচলৰ মাঘী বস্তিত ভয়ংকৰ ভূমিস্খলন, আবদ্ধ শ শ বাহন, চিলাপথাৰত উপস্থিত হোৱা যাত্ৰীসকলে জানিবলৈ দিছে এই কথা :
চিচিবৰগাঁও: সাপেখাটিত সমাজকৰ্মী প্ৰয়াত দুতিৰাম ভূঞাৰ স্মাৰক গ্ৰন্থ উন্মোচন :
চিচিবৰগাঁও: মহাত্মা গান্ধী হাইস্কুলৰ শিক্ষয়িত্ৰী দিপুলিনা গগৈৰ বৰ্খাস্তকৰণক লৈ চিচিবৰগাঁৱত প্ৰতিক্ৰিয়া AJYPৰ সভাপতি উজ্জ্বল চুতীয়াৰ
চিচিবৰগাঁও: চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে প্ৰত্যুত্তৰ দিয়াৰ চিচিবৰগাঁৱত হুংকাৰ চুতীয়া যুৱ সন্মিলনীৰ সা: সম্পাদক কৌস্তভ চুতীয়াৰ :
চিচিবৰগাঁও: আমগুৰিত লোকসভা নিৰ্বাচনৰ পূৰ্বে গাইনদীৰ মথাউৰী নিৰ্মান কৰাৰ দাবী ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় সহ সম্পাদক ৰুদ্ৰ ভূঞাৰ :
চিচিবৰগাঁও: ধৰ্মৰ নামত ব্যৱসায় চলোৱা পাঁচ বহিঃৰাজ্যৰ সন্দেহজনক লোকক চিলাপথাৰত ৰাইজে কৰায়ত্ব কৰি গতালে আৰক্ষীক :
চিচিবৰগাঁও: চিলাপথাৰত ভয়ংকৰ পথ দূৰ্ঘটনা, মাৰুটি এল্ট'ৰ সংঘৰ্ষত থিতাতে নিহত দুজন , সংকটজনক অৱস্থাত ৪ জনক ডিব্ৰুগড়লৈ প্ৰেৰণ :
চিচিবৰগাঁও: শাওনৰ অন্তিমটো সোমবাৰ স্বৰূপে নিশা শিৱলিঙ্গত জল অভিষেক কৰিবলৈ  আপেল মন্দিৰত ভক্তৰ ভিৰ, লোকে লোকাৰণ্য ছিলাসুঁতি নদীৰ পাৰ
চিচিবৰগাঁও: গাইনদীৰ বানত হাঁহাকাৰ পৰিস্থিতি বৰমুকলি কুলি গাঁৱৰ ৰাইজৰ, বিধায়ক ভুৱন পেগুক সমালোচনা বানাক্ৰান্তৰ
চিচিবৰগাঁও: চিচিবৰগাঁৱত ধৰ্মালোচনী সভা, অসম চৰকাৰৰ শিক্ষা উপদেষ্টা তথা শ্ৰীশ্ৰী বৰখাটপাৰ সত্ৰৰ সত্ৰীয়া ডঃ ননিগোপাল মহন্তৰ অংশগ্ৰহণ
চিচিবৰগাঁও: গড়মৰাত বান সাহায্য বিতৰণত ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ গড়মৰা চাপৰি গাঁৱৰ ৰাইজৰ