Public App Logo
Profile Picture

Nipa Kakati

@nipakakati
15451Followers
0Following
গুৱাহাটী: গুৱাহাটী প্ৰেছ ক্লাৱত নতুন অসমীয়া ছবি 'বেলকনিত ভগৱান'ৰ অফিচিয়েল পোষ্টাৰ মুকলি কৰে অভিনেতা যতীন বৰাই
গুৱাহাটী: ২৫ ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া 'unstopable' শীৰ্ষক অনুষ্ঠান সন্দৰ্ভত গুৱাহাটী প্ৰেছ ক্লাৱত ইলুমিছ ক্লিনিকৰ সংবাদ মেল
গুৱাহাটী: ভ্ৰাম্যমাণ থিয়েটাৰকলৈ বিৰূপ মন্তব্য কৰা স্বয়ম্ভু হিন্দুত্ববাদী নেতাৰ বিৰুদ্ধে দিছ্পুৰ প্ৰেছক্লাৱত প্ৰযোজকসন্থাৰ সংবাদমেল
গুৱাহাটী: গুৱাহাটী প্ৰেছ ক্লাবত ৰাষ্ট্রীয় মহিলা সুৰক্ষা সংগঠন ফাউণ্ডেচনৰ বৰ্ষপূৰ্তিত ৰাজ্যৰ ৭০গৰাকী বিশিষ্ট লোকক সন্মান প্ৰদান
গুৱাহাটী: বামপন্থীনেত্ৰী অঞ্জলি লাহিড়িৰ জন্ম শতবাৰ্ষিকীত গুৱাহাটী প্ৰেছ ক্লাবত স্মৃতিচাৰণ সভা আৰু জুনু বৰাৰ গ্রন্থ উন্মোচন
গুৱাহাটী: গুৱাহাটী প্ৰেছ ক্লাৱত আজি লেখিকা ৰুণু গোস্বামীৰ "জীৱনৰ ছাঁ পোহৰ" শীৰ্ষক গ্ৰন্থ উন্মোচন
গুৱাহাটী: গুৱাহাটী প্ৰেছ ক্লাৱত বিশিষ্ট গীতিকাৰ, প্ৰকাশক ডঃ সূৰ্য হাজৰিকাৰ কিছু নিৰ্বাচিত গীতৰ স্বৰলিপিৰ গ্ৰন্থ উন্মোচন
গুৱাহাটী: 'ভাঙি দিয়া মাদ্ৰাছা অলকায়দাৰ কাৰ্যালয়হে আছিল'--মুখ্যমন্ত্ৰী : মাদ্ৰাছা ভাঙি দিয়া সন্দৰ্ভত দিছ্পুৰত মন্তব্য মুখ্যমন্ত্ৰীৰ
গুৱাহাটী: পানবজাৰত ধৰ্ণা দিবলৈ অহা অনুসূচীত জাতি সংগ্ৰামী যুৱ পৰিষদৰ নেতাক আটক আৰক্ষীৰ
গুৱাহাটী: বীৰ লাচিত সেনাৰ কৰ্মীক আৰক্ষীয়ে জেলত ভৰাই থোৱাৰ অভিযোগত দিছপুৰ প্ৰেছ ক্লাবত বীৰ লাচিত সেনাৰ সংবাদ মেল
গুৱাহাটী: শিক্ষক দিৱসৰ দিনাই দিছ্পুৰত আৰক্ষীয়ে আটক কৰে ৰাজ্যৰ জ্যোতি কেন্দ্ৰসমূহৰ প্ৰায় অৰ্ধশতাধিক শিক্ষকক
গুৱাহাটী: গুৱাহাটী প্ৰেছক্লাৱত লেখিকা চুমকী হাজৰিকা কাকতিৰ উপন্যাস হৃদয়ত জোনাক বৰষে উন্মোচন
গুৱাহাটী: চৰকাৰৰ বঞ্চনাৰ অৱসান বিচাৰি CITU-ৰ উদ্যোগত গুৱাহাটী ৰিজাৰ্ভ বেংকৰ পৰা শ্ৰমিকৰ প্ৰতিবাদী শোভাযাত্ৰা
গুৱাহাটী: সাংসদ বদৰুদ্দিন আজমলে সাংসদ আব্দুল খালেকৰ বিৰুদ্ধে কৰা মন্তব্যত দিছ্পুৰত সাংসদ খালেকৰ প্ৰতিক্ৰিয়া
গুৱাহাটী: কাহিলিপাৰাৰ জ্যোতি চিত্ৰবনৰ প্ৰেক্ষাগৃহত নতুন অসমীয়া ছবি ' জনকনন্দিনী'ৰ বিশেষ প্ৰদৰ্শনী
গুৱাহাটী: গুৱাহাটী প্ৰেছক্লাৱত গোৱালপাৰাৰ Critical Care super speciality hospital মুকলিৰ ঘোষণা কৰে  চি এম ডি ডাঃ নিলোৎপল সূতে
গুৱাহাটী: গুৱাহাটী প্ৰেছ ক্লাৱত লেখক, চিকিৎসক অতুল বৰগোহাঁইৰ শেহতীয়া  গ্ৰন্থ 'কাজিৰঙাৰ পৰা গিবনলৈ' উন্মোচন
গুৱাহাটী: ৩ ডিচেম্বৰত কেন্দ্ৰীয় দিব্যাংগ দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী সন্দৰ্ভত গুৱাহাটী প্ৰেছ ক্লাৱত সদৌ অসম দিব্যাংগ সন্থাৰ সংবাদমেল
গুৱাহাটী: দিছ্পুৰ প্ৰেছক্লাৱত অনুসূচীত জাতি কল্যান বিভাগত পাৱাৰ টিলাৰ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ অনুসূচীত জাতি ছাত্ৰ সন্থাৰ
গুৱাহাটী: ৰাজ্যৰ পৰিবহণ বিভাগত সংঘটিত ১৫১২ কোটি টকাৰ কেলেংকাৰীৰ সন্দৰ্ভত খিলঞ্জীয়া অধিকাৰ মৰ্চাৰ দিছ্পুৰ প্ৰেছ ক্লাৱত সংবাদমেল
গুৱাহাটী: কাহিলিপাৰাৰ জ্যোতি চিত্ৰবনত নতুন অসমীয়া ছবি মোৰ পৃথিৱীৰ টিজাৰ পোষ্টাৰ মুকলি, অভিনেতা যতীন বৰাই মুকলি কৰে ছবিখনৰ পোষ্টাৰ
গুৱাহাটী: গুৱাহাটী প্ৰেছ ক্লাৱত কুটুম্ব সুৰক্ষা পৰিষদৰ ১৫,১৬ অক্টোবৰত মথুৰাত আয়োজন কৰা সূত্ৰধাৰ শীৰ্ষক অনুষ্ঠান সন্দৰ্ভত সংবাদমেল
গুৱাহাটী: ২০২১ৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলক নিযুক্তি প্ৰদানৰ দাবীত সদৌ অসম টেট উত্তীৰ্ণ প্ৰাৰ্থীকসকলৰ গুৱাহাটী প্ৰেছক্লাবত সংবাদমেল
গুৱাহাটী: গণেশগুৰিৰ আপৰ কাৰ্যালয়ত ৰাজ্যৰ শিক্ষাবিভাগৰ কেতবোৰ  সিদ্ধান্তৰ বিৰোধীতা আপৰ ছাত্ৰ সংগঠন ছাত্ৰ যুৱ সংগ্ৰাম সমিতিৰ
গুৱাহাটী: NABARD আৰু ASIDCৰ উদ্যোগত দিছ্পুৰত অনুষ্ঠিত উদ্যমী বিকাশৰ কৰ্মশালা সন্দৰ্ভত ASIDC ৰ অধ্যক্ষ কিশোৰ উপাধ্যায়ৰ মন্তব্য