Public App Logo
Profile Picture

SONARI BULLETIN

@sonaribulletin
98757Followers
17Following
সোণাৰি: সোণাৰি মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনত সাধাৰণ সম্পাদকসহ আছু সমৰ্থিত চাৰি প্ৰাৰ্থীৰ জয়লাভ
সোণাৰি: সোণাৰি পৌৰ সভাৰ সহযোগত সোণাৰি নগৰত মোৰ মাটি মোৰ দেশ কাৰ্যসূচীত বিজেপিৰ জিলা সভাপতিৰ অংশগ্ৰহণ
সোণাৰি: গোটেই জিলাতে এই কেম্পেইন ভালকৈ কৰিম : ডিচি অফিচৰ সভাকক্ষত 'আয়ুষ্মান ভৱ' অভিযান বিষয়ত অনুষ্ঠিত সভাত জিলা আয়ুক্তৰ ভাষ্য
সোণাৰি: সোণাৰি নগৰৰ ৭নং ৱাৰ্ডৰ ৩০ আৰু ৩৪নং বুথত "আজাদী কা অমৃত মহোৎসৱ"ৰ লগত সংগতি ৰাখি 'মোৰ দেশ মোৰ মাটি' কাৰ্যসূচী ৰূপায়ন
সোণাৰি: সোণাৰিত চৰাইদেউ জিলা শিশু সুৰক্ষা বিষয়াৰ কাৰ্যালয়ত সংবাদ মেল,৯০ দিনীয়া বিশেষ শিশু অধিকাৰ আৰু সুৰক্ষা প্ৰচাৰৰ অন্ত
সোণাৰি: সোণাৰিত জিলা পৰ্যায়ৰ পোষণ অভিযানৰ উদ্ধোধনী অনুষ্ঠানত উপস্থিত সাংসদ তপন কুমাৰ গগৈ আৰু কামাখ্যা প্ৰসাদ তাছা
সোণাৰি: 'ইণ্ডিয়া এলায়েন্স বিজেপিয়ে ভয় খাইছে', সোণাৰিৰ বিভিন্ন বাগিচা ভ্ৰমণ কৰি অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুৱেৰ আলমৰ মন্তব্য
সোণাৰি: চৰাইদেউত গুটখা,পান মচলা আদি সম্পূৰ্ণ বন্ধ কৰা দাবীত জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান সদৌ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ
সোণাৰি: জিলা আয়ুক্তৰ সভাকক্ষত ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা হেমপ্ৰভা বৰঠাকুৰৰ উপস্থিতিত পৰ্যালোচনা সভা সম্পন্ন,কাম-কাজৰ বুজ লয়
সোণাৰি: সোণাৰি জুনিয়ৰ কলেজত শিক্ষক দিৱসত পূৰ্ণেন্দু ৰায় চৌধুৰীক শিক্ষাজ্যোতি বঁটা প্ৰদান,উন্মোচন কৰা হয় ১৮খন প্ৰাচীৰ পত্ৰিকা
সোণাৰি: সোণাৰি টিয়ক নদীত মাছ ধৰিবলৈ গৈ সন্ধানহীন এটা কিশোৰ
সোণাৰি: সোণাৰিত জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত ৪০ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস উদযাপন, উপস্থিত মন্ত্ৰী,সাংসদ আৰু বিধায়ক
সোণাৰি: সোণাৰিৰ টিয়ক ৰজাবাৰীৰ বালিজানত এজন লোকৰ ঘৰৰ পৰা চুৰি AS33A2412 নম্বৰৰ মটৰ চাইকেল, আৰক্ষীক অভিযোগ দাখিল
সোণাৰি: সোণাৰিত বিজেপিৰ উদ্যোগত ভোটাৰ চেতনা কৰ্মশালা অনুষ্ঠিত, উপস্থিত সাংসদ তপন গগৈ, বিধায়ক ধৰ্মেশ্বৰ কোৱঁৰ
সোণাৰি: জিলা আয়ুক্তৰ কাৰ্য্যালয়ত ভূমি পৰামৰ্শ দাতা সমিতিৰ বৈঠকত অংশ মন্ত্ৰী যোগেন মহন,সাংসদ তপন গগৈ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ
সোণাৰি: গায়ক জুবিন গাৰ্গক বিজেপিত যোগদান কৰাৰ পৰামৰ্শ সোণাৰিত জাতীয় পৰিষদৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক মানিক গগৈৰ
সোণাৰি: কাকতিবাৰীৰ বাসিন্দা অংকুৰৰাজ ফুকনৰ সাফল্য "এছিয়া বুক অফ আৰু ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত অন্তৰ্ভুক্ত
সোণাৰি: সোণাৰি নগৰৰ পাৰ্শ্ববৰ্তী জৱকা চাহ বাগিচাত বন বিভাগৰ দ্বাৰা বৃহৎ আকাৰৰ আজগৰ সাপ উদ্ধাৰ
সোণাৰি: জিলা প্ৰশাসনৰ দ্বাৰা সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত উচ্চ মাধ্যমিকত স্থানপ্ৰাপ্ত ৬২গৰাকী ছাত্ৰ-ছাত্ৰীৰ সৈতে বিশেষ মত-বিনিময়
সোণাৰি: সোণাৰিৰ বিভিন্ন ঠাইত সংঘটিত চুৰি কাণ্ড, আজি দুটা স্থানত চোৰে মূল্যৱান সামগ্ৰীৰ লগতে নগদ ধন লৈ যায়, আৰক্ষীক অভিযোগ দাখিল
সোণাৰি: চৰাইদেউ জিলাৰ সোণাৰিত ডি ডি ইউ জি কে ৱাইৰ দক্ষতা বিকাশৰ প্ৰশিক্ষণ কেন্দ্ৰত নিযুক্তি পত্ৰ বিতৰণ কাৰ্যসূচী সম্পন্ন
সোণাৰি: সোণাৰিৰ নাফুক বাগিচা শিৱ মন্দিৰত শ্ৰী শ্ৰী শিৱ মহআযজ্ঞ অষ্ট প্ৰহৰ অখণ্ড হৰিনাম সংকীৰ্তন আৰম্ভ।
সোণাৰি: সোণাৰি প্ৰেছ ক্লাবৰ ২৯ সংখ্যক প্ৰতিষ্ঠা দিৱস চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ প্ৰাঙ্গনত পালন।
সোণাৰি: চৰাইদেউ জিলাত গ্ৰন্থগাৰিক দিৱস উদযাপন।ডইজইটএল ৰূপত প্ৰকাশ প্ৰাচীৰ পত্ৰিকা। উপস্থিত চৰাইদেউ জিলাৰ ভাৰপ্ৰাপ্ত আয়ুক্ত।
সোণাৰি: চৰাইদেউত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসনৰ দ্বাৰা শোক দিৱস পালন।