Public App Logo
Profile Picture

Hari Chutia

@hari58111
2291Followers
14Following
ঢকুৱাখানা ভাগ: বাসুদেৱ থান উচ্চতৰ মাঃ বিদ্যালয়ৰ বাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ অসম চৰকাৰৰ ভাষা গৌৰৱ বঁটাপ্ৰাপ্ত লেখক জিটু চমুৱা, ৰাজীৱ বৰুৱা
ঢকুৱাখানা ভাগ: পালনামৰ উপলক্ষে দেওবাৰে নিশা বাসুদেৱ থান নৰোৱা সত্ৰত  ভাওনা প্ৰদৰ্শন
ঢকুৱাখানা ভাগ: নৰ্মাল স্কুল ঢকুৱাখনাত ঢকুৱাখনা জিলা কোচ ৰাজবংশী ছাত্র সন্থাৰ উদ্যোগত মহাবীৰ চিলাৰায় দিৱস উদযাপন
ঢকুৱাখানা ভাগ: পালনামৰ উপলক্ষে ঐতিহাসিক বাসুদেৱ থান নৰোৱা সত্ৰত ভক্তৰ ভীৰ,দুদিনীয়া কাৰ্যসূচীৰে আয়োজন বাৰ্ষিক পালনাম আজি সফল সামৰণি
ঢকুৱাখানা ভাগ: বাঞ্জা পথাৰ মিনি,নামনি আমলখি,নামনি কৰ্দৈগুৰিত এ ডব্লিউ চিত আধাৰ শিবিৰৰ অনুষ্ঠিত।
ঢকুৱাখানা ভাগ: মহকুমাধিপতিৰ কাৰ্যালয়ত ভূমি সংক্ৰান্তত মহকুমা ভূমি উপদেষ্টা সমিতিৰ সভাপতি অৰিন্দম বৰুৱাৰ সভাপতিত্বত বিশেষ বৈঠক সম্পন্ন
ঢকুৱাখানা ভাগ: এচ আই আৰ ডি প্ৰশিক্ষণ কেন্দ্ৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন লখিমপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত অৰিন্দম বৰুৱাৰ
ঢকুৱাখানা ভাগ: ঢকুৱাখনাৰ দৈনিক বজাৰ আৰু নৰ্মাল স্কুলৰ সমীপত কাৰ্যকৰী দণ্ডাধীশ অভিজাত বৰাৰ নিৰ্দেশত বুল'ডজাৰ লগাই ভাঙে অবৈধ নিৰ্মাণ কাৰ্য
ঢকুৱাখানা ভাগ: মহকুমাধিপতি অৰিন্দম বৰুৱাৰ সভাপতিত্বত ঢকুৱাখনাৰ মহকুমাধিপতি কাৰ্যালয়ত মিলাৰৰ সৈতে ধান ক্ৰয় সন্দৰ্ভত বৈঠক অনুষ্ঠিত
উত্তৰ লক্ষীমপুৰ: নতুন পেঞ্চন আঁচনি বাতিলৰ দাবীত লখিমপুৰ জিলাৰ মহিচন্দ্ৰ মিৰি উচ্চ মাঃ বিঃ শিক্ষক-কৰ্মচাৰীৰ ক'লা বেজ পৰিধান কৰি প্ৰতিবাদ
ঢকুৱাখানা ভাগ: বাঁহপৰাত উপস্বাস্থ্য কেন্দ্ৰৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰে অতিৰিক্ত উপায়ুক্ত অৰিন্দম বৰুৱাই
ঢকুৱাখানা ভাগ: চহিদ দিৱসৰ উপলক্ষে ঢকুৱাখনাৰ সকলো চৰকাৰী কাৰ্যালয়ত স্বাধীনতা সংগ্ৰামত প্ৰাণ দিয়া সকলৰ বাবে মৌনতা কাৰ্যসূচী ৰূপায়ন
উত্তৰ লক্ষীমপুৰ: চাৰিকড়ীয়া নদীৰ কাষত চিগনেচাৰ প্ৰজেক্ট নিৰ্মাণৰ কাম পৰিদৰ্শন কৰে অতিৰিক্ত উপায়ুক্ত অৰিন্দম বৰুৱাই।
উত্তৰ লক্ষীমপুৰ: ঢকুৱাখনা মাৰ্কেট নিৰ্মাণৰ কাম পৰিদৰ্শন কৰে অতিৰিক্ত উপায়ুক্ত অৰিন্দম বৰুৱাৰ
ঢকুৱাখানা ভাগ: বাংক্লেংত চামপৰামুখ নৈৰ গৰাখহনীয়াত জাহ যোৱাৰ উপক্ৰম এটা পকী পথ, শীৰ্ঘেই খহনীয়া প্ৰতিৰোধৰ দাবী স্থানীয় লোকৰ
ঢকুৱাখানা ভাগ: সফলতাৰে সামৰণি পৰিল ঢকুৱাখনাৰ বৰ্ষামুখত সদৌ টাইদ বংশাৱলীৰ চতুৰ্থ সংখ্যক অধিৱেশনখনি
ঢকুৱাখানা ভাগ: অসম দৰ্শনৰ পুজিৰে নিৰ্মিত কলাবিকা চুমপৰা গাঁৱৰ নামঘৰৰ শুভ উদ্বোধন কৰে মাতমৰা গাঁও পঞ্চায়তৰ সভাপতি শশীধৰ দাসে
উত্তৰ লক্ষীমপুৰ: ঐতিহাসিক শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত পালনাম মহোৎসৱ উদযাপন সন্দৰ্ভত উদযাপন সমিতিৰ আলোচনা
উত্তৰ লক্ষীমপুৰ: বকুলগুৰি চাৰিআলিত হাতে হাত জোড়ো' অভিযান কাৰ্যসূচী ৰূপায়ণ, উপস্থিত অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সাধাৰণ সম্পাদক পদ্মলোচন দলেৰ
ঢকুৱাখানা ভাগ: APART ৰ অধীনত দৈনিক বজাৰ নিৰ্মাণ আৰু মেৰামতিৰ কাম পৰিদৰ্শন কৰে অতিৰিক্ত উপায়ুক্ত তথা মহকুমাধিপতি অৰিন্দম বৰুৱাই
ঢকুৱাখানা ভাগ: উদুলি-মুদুলি টাবুৰাম টাইদ লত্তা, বৰ্ষামুখত সদৌ টাইদ বংশাৱলীৰ চতুৰ্থ সংখ্যক অধিৱেশন অনুষ্ঠিত
ঢকুৱাখানা ভাগ: মাতমৰাত পথ দুৰ্ঘটনাত থিতাতে মৃত্যু এজনৰ,অঞ্চজুৰি শোকৰ ছাঁ পৰিছে
ঢকুৱাখানা ভাগ: গোহাঁইবাৰী গাঁৱত অৱসৰপ্ৰাপ্ত কৃতী শিক্ষয়িত্ৰী, সমাজ সেৱিকা তথা মঞ্জু গগৈৰ স্বাস্থ্য বুজ ললে সাংসদ প্ৰদান বৰুৱাই
ঢকুৱাখানা ভাগ: বিলমুখত বৃহস্পতিবাৰে অমৃত সৰোবৰ আঁচনি উদ্বোধন বিলমুখ গাঁও পঞ্চায়তৰ সভাপতি গণেশ দলেৰ
উত্তৰ লক্ষীমপুৰ: গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত স্বাধীনতা সংগ্ৰামী দুলীয়া গাঁৱৰ বাসিন্দা মুখেশ্বৰ বৰুৱাক সম্বৰ্ধনা ঢকুৱাখনা মহকুমা প্ৰশাসনৰ