Public App Logo
Profile Picture

Indra Konwar

@chao7951
30388Followers
7Following
মাহমৰা: মৰাণ মহিলা মহাবিদ্যালয়ত গ্ৰন্থ উন্মোচনী সভা সম্পন্ন
মাহমৰা: মৰাণ পৌৰসভাত শপত গ্ৰহণ অনুষ্ঠান সম্পন্ন, মন্ত্ৰী যোগেন মহনৰ পদেন সদস্য হিচাপে শপত গ্ৰহণ
মাহমৰা: বিশ্ৰামপুৰত কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন সম্পন্ন, মন্ত্ৰী যোগেন মহনৰ উপস্থিতিত সাংস্কৃতিক সন্ধিয়াৰ শুভ উদ্বোধন
মাহমৰা: মাহমৰাৰ মিলন পঞ্চায়তত ৰঙালী বিহুৰ সাংস্কৃতিক কেন্দ্ৰৰ আধাৰশিলা অনুষ্ঠান সম্পন্ন।
মাহমৰা: চেবাৰ পাঠ্যক্ৰমৰ দ্ৰুতপাঠত ভুল বাখ্যা আগবঢ়োৱাৰ অভিযোগ টাইপাৰ,মৰাণহাটৰপৰা টাইপাৰ সভাপতি বিজয় ৰাজকোঁৱৰৰ।
মাহমৰা: মন্ত্ৰী যোগেন মহনৰ উপস্থিতিত মাহমৰাৰ খুমটাইত অংগনবাড়ী কেন্দ্ৰৰ উদ্ধোধন, জলজীৱন মিছনৰ আধাৰশিলা অনুষ্ঠান সম্পন্ন
মাহমৰা: মাহমৰাত ৰঙালী বিহু সন্মিলন উদযাপনৰ উদ্দেশ্যে ৰাজহুৱা সভা সম্পন্ন, শক্তিশালী উদযাপন সমিতি গঠন
মাহমৰা: চৰাইদেউত পোষণ পষেক ২০২২ৰ জিলা পৰ্যায়ৰ সামৰণি অনুষ্ঠান সম্পন্ন
মাহমৰা: ধুমুহাত ভাঙি পৰিল মাহমৰাৰ ভলুকাগুৰি আদৰ্শ প্ৰাথমিক বিদ্যালয়,মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ কাতৰ অনুৰোধ ছাত্র-ছাত্ৰীৰ
মাহমৰা: মাহমৰাত জ্ঞানকোষ নামেৰে এটি পুথিভঁৰাল শুভ উদ্বোধন।
মাহমৰা: মাহমৰাত শাখা সাহিত্য সভাৰ উদ্যোগত নিজৰ দিন উদযাপন,ওলগনি পত্ৰ প্ৰদান
মাহমৰা: পাটসাঁকোৰপৰা অসমবাসীলৈ ৰঙালী বিহুৰ শুভেচ্ছা আটাছু চৰাইদেউ মহকুমা সম্পাদক অলস প্ৰতীম সন্দিকৈৰ
মাহমৰা: প্ৰতিকূল বতৰকো নেওচি মাহমৰাৰ বিভিন্ন প্ৰান্তত গৰু বিহুৰ দিনাখন সমজুৱা গৰুক গা ধোৱা পালন
মাহমৰা: মাহমৰাত মন্ত্ৰী যোগেন ঢ়মহনৰ উপস্থিতিত ৮৩গৰাকী হিতাধীকাৰীক মুখ্যমন্ত্ৰীৰ সাহাৰ্য প্ৰদান।
মাহমৰা: ৰঙাবাম ৰাজহুৱা প্ৰেক্ষাগৃহত ৰঙালী বিহু সন্মিলন উদযাপনৰ ৰাজহুৱা সভা সম্পন্ন
মাহমৰা: মাহমৰাৰ মিলন পঞ্চায়তত পঞ্চায়তৰ উদ্যোগত সামাজিক ন্যায় পষেক কাৰ্যসূচী সম্পন্ন
মাহমৰা: চৰাইদেউত তেজস্বিনী অসমৰ উদ্যোগত শুকুৰবাৰৰ পৰা তিনিদিনীয়াকৈ পুৰণি অসমীয়া গীতৰ কৰ্মশালা অনুষ্ঠিত
মাহমৰা: দিচাও বটুৱাত চৰাইদেউ সাংস্কৃতিক উন্নয়ন পৰিষদৰ সভা সম্পন্ন।
মাহমৰা: জজলী পাঁচ‌আলিত মাহমৰা মণ্ডল বিজেপিৰ কাৰ্যালয়ত বিজেপিৰ প্ৰতিষ্ঠা দিৱস সম্পন্ন।
মাহমৰা: মূল্যবৃদ্ধিৰ বিৰুদ্ধে কাকতিবাৰীত মাহমৰা আঞ্চলিক ছাত্র সন্থাৰ তীব্ৰ প্ৰতিবাদ
মাহমৰা: মূল্যবৃদ্ধি ওপৰত কেন্দ্ৰীয় মন্ত্ৰী এছ পি সিং বাঘেলৰ মন্তব্যক লৈ AJYCP ৰ নেতা ৰামচন্দ্ৰ দত্তৰ প্ৰতিক্ৰিয়া
<nis:link nis:type=tag nis:id=মূল্যবৃদ্ধি nis:value=মূল্যবৃদ্ধি nis:enabled=true nis:link/>
মাহমৰা: মন্ত্ৰী যোগেন মহনৰ উপস্থিতিত মাহমৰাৰ দিৰৈ দেওঘৰীয়াত ২১৪ গৰাকী ব্যক্তিক মাটিৰ পট্টা প্ৰদান অনুষ্ঠান সম্পন্ন।
মাহমৰা: চৰাইদেউত অসম মহিলা কবি মঞ্চৰ সমিতি গঠনৰ সভা সম্পন্ন।
মাহমৰা: বিধায়ক চিৰাজ‌উদ্দিন আজমলে অসমীয়া ভাষাক লৈ কৰা মন্তব্যত পাটসাকোৰপৰা প্ৰতিক্ৰিয়া ব্যক্ত আটাছু নেতা অলস প্ৰতীম সন্দিকৈৰ।
মাহমৰা: মাহমৰাৰ কাকতিবাৰী পহুচুঙীত চৰাইদেউ বিহুদলৰ দ্বাৰা বিহুনাচ আৰু ঢোলবাদন কৰ্মশালা সম্পন্ন।