Public App Logo
Profile Picture

Hello অসম

@marchina
56Followers
2Following
চাবুৱা ৰ ঘটনাৰ সন্দৰ্ভত প্ৰিয়ংকা ভৰালীৰ  স্পষ্টীকৰণ।
<nis:link nis:type=tag nis:id=priyankabharali nis:value=PriyankaBharali nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=assamnews nis:value=assamnews nis:enabled=true nis:link/>
নামতি বেলিমুখীয়া ডিব্ৰুৱাল গাঁ‌ৱলৈ গৌৰৱ কঢ়িয়াই আনিলে এগৰাকী টাইকোৱাণ্ডো খেলুৱৈ প্ৰিম ৰ'জী গগৈয়ে।বৃহত্তৰ অঞ্চলটোৰ ভিতৰতে ...
নামতি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু নামতি বাসী ৰাইজৰ সহযোগত ৰতনপুৰ বিহু তলীত  অনুষ্ঠিত সন্মিলিত ব'হাগী উৎসৱৰ সফল সামৰ...
আমগুৰি টাইকোৱাণ্ডো একাডেমী,ইণ্ডিয়াৰ ছাত্ৰী প্ৰিম ৰজী গগৈৰ ১ম ডান ব্লেক বেল্ট লাভ।প্ৰিয়ম ৰজীয়ে টাইকোৱাণ্ডো খেলৰ জৰিয়তে ৰা...
জুবিন গাৰ্গৰ শ্ৰেষ্ঠ হামিং পৰিবেশন কৰি ভাইৰেল শিৱসাগৰৰ ৰিতপল বৰকাকতি।
<nis:link nis:type=tag nis:id=sivasagar nis:value=sivasagar nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=virelvideo nis:value=virelvideo nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=follower nis:value=follower nis:enabled=true nis:link/>
বৃহত্তৰ লাদৈগড় যুৱ সমাজৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত ১ মে'ত লাদৈগড় প্ৰেক্ষাগৃহত অনুষ্ঠিত হব ব'হাগী উৎসৱ।জনপ্ৰিয় কণ্...
৭৯৭ নং ধোদৰ আলি প্ৰাথমিক বিদ্যালয়ত উৎসৱ বিদ্যাৰম্ভ উদযাপন।অনুষ্ঠিত হল বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা।
<nis:link nis:type=tag nis:id=sivasagar nis:value=sivasagar nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=namt... nis:value=namt... nis:enabled=true nis:link/>
নামতি চাৰি আলি কেন্দ্ৰীয় ঈদগাহ ময়দানত ঈদ উল ফিটৰৰ নামাজ সম্পন্ন।নামাজত ইমামতি কৰে মৌলানা কাৰী আলহাজ চৰিফুল ৰহমানে।
<nis:link nis:type=tag nis:id=high... nis:value=high... nis:enabled=true nis:link/>
ঈদ উল ফিটৰ উদযাপনৰ সমান্তৰালভাৱে স্মৃতি ৰোমন্থনৰ বাবে চামগুৰি বৰমছজিদ কচিদা জামাতে চামগুৰিত ঐতিহাসিক ধোদৰ আলিৰ কাষত প্ৰস...
নাজিৰাত বি জে পি কৰ্মীৰ উল্লাস।

ময়ুৰ বৰগোহাঁইৰ সমৰ্থকসকলে বৰছিলা দুৰ্গা মন্দিৰত প্ৰাৰ্থীগৰাকীৰ হৈ পূজা আগবঢ়াই

নাজিৰা স...
আমগুৰি নগৰত বিজেপিৰ বিশাল পদযাত্ৰা।
১৫০০০ ভোটৰ ব্যৱধানত জয়ী হব ময়ুৰ বৰগোহাঁই।এনেদৰে সদৰী কৰিলে ময়ুৰ বৰগোহাঁইয়ে।
@ bjpass...
চাহজনগোষ্ঠী ৰাইজৰ বাবে গৌৰৱৰ সাক্ষী হৈ ৰল বলোৰাম ঘাটোৱাৰ।
অনাতাঁৰ শিল্পীৰ স্বীকৃতি লাভ কৰিলে বলোৰাম ঘাটোৱাৰে।

নাজিৰাৰ ম...
শিৱসাগৰৰ ৰূপহী উচ্চ মাধ্যমি বিদ্যালয় খেলপথাৰত ৬ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা।
নামতি চাৰি আলিত অনুষ্ঠিত হবলৈ গৈ আছে দ্বিবা নৈশ টেনিচ বল ক্ৰিকেট প্ৰতিযোগিতা।অহা ৪ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হব এই প্ৰাইজ...
বাউলিপুখুৰী শেনচোৱা খেলপথাৰত জুবিন গাৰ্গ,ৰাজীৱ শদিয়া আৰু পলাশ গগৈৰ সোঁৱৰণত ক্ৰিকেট প্ৰতিযোগিতা।উদীয়মান কণ্ঠশিল্পী বিজয় ব...
আমগুৰিৰ শিশু সাহিত্যিক, লেখিকা,  ঔপন্যাসিক জুৰি শ‌ইকীয়াক আমগুৰিত  লেখিকা সমাৰোহৰ শিশু সাহিত্য বঁটা প্ৰদান।
<nis:link nis:type=tag nis:id=followersre... nis:value=followersre... nis:enabled=true nis:link/>
মৰিয়নী সমষ্টিৰ তামুলী গাঁ‌ৱৰ এহাল কণমানি ভাতৃ ভগ্নীৰ বিশেষ প্ৰতিভা।
<nis:link nis:type=tag nis:id=virelvideo nis:value=virelvideo nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=followersreelsfypシ゚viralシfypシ゚viralシalシ nis:value=followersreelsfypシ゚viralシfypシ゚viralシalシ nis:enabled=true nis:link/>
নামতি চাৰি আলি চেতিয়া গাঁ‌ৱত শিল্পী দিৱস উদযাপনৰ লগতে বৰফুকন শ্ংকৰী সংগীত বিদ্যালয়ৰ শুভাৰম্ভণি অনুষ্ঠান।
নাজিৰাৰ  দিখৌ নদীত শিৱসাগৰ জিলা ভিত্তিক ষষ্ঠ বাৰ্ষিক নাওঁখেল প্ৰতিযোগিতা
জকাইচুক পথাৰত এজনী কণমানিৰ কণ্ঠত এটি গীত।
<nis:link nis:type=tag nis:id=virelvideo nis:value=virelvideo nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=sivasagarassam nis:value=sivasagarassam nis:enabled=true nis:link/>
খনামুখৰ জকাইচুক পথাৰত চকু বান্ধি হাঁ‌হ ধৰা প্ৰতিযোগিতা অনুষ্ঠিত।

<nis:link nis:type=tag nis:id=followersreelsfypシ゚viralシfypシ゚viralシalシ nis:value=followersreelsfypシ゚viralシfypシ゚viralシalシ nis:enabled=true nis:link/>
আজি শিৱসাগৰৰ কেন্দ্ৰীয় বজাৰত  ওলোৱা ২৬কেজি ওজনৰ বৰালি মাছ।
আমগুৰিত ৰেজাউল কৰিম সৰকাৰৰ প্ৰতিকৃতি দাহ।
অসমীয়া যুৱ মঞ্চই ৰেজাউল কৰিম  চৰকাৰৰ প্ৰতিকৃতি ৰছীৰে বান্ধি ৰাজ‌আলিত চোঁচৰায়...
জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত ৰচনা প্ৰতিযোগিতা তৰ্ক প্ৰতিযোগিতা আদি আদি অনুষ্ঠিত কৰাৰ সমান্তৰাল ভাৱে অনুষ্ঠিত কৰিছে ...
দিকছুত  মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুজিৰ চেক প্ৰদান অনুষ্ঠান।প্ৰায় ৮০গৰাকী বিভিন্ন ৰোগত আক্ৰান্ত ৰোগীৰ  চিকিৎসাৰ বাবে প্ৰদান ...