Public App Logo
Profile Picture

Mridul Borgohain

@sonari7071
69234Followers
3Following
সোণাৰি: জিলা পৰিষদৰ কাৰ্যালয়ত মুখ্য কাৰ্যবাহী বিষয়া বিদিত দাসৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা সন্দৰ্ভত সংবাদমেল
সোণাৰি: সোণাৰি মাইবেলা লাকুৱা তাপ বিদ‍্যুত প্ৰকল্পত ভয়ংকৰ অগ্নিকাণ্ড নিৰ্বাপিত হোৱাত জি এম প্ৰসন্ন গগৈৰ প্ৰতিক্ৰিয়া
সোণাৰি: চৰাইদেউ জিলাৰ সোণাৰি ৰাজহুৱা খেলপথাৰত খেল মহাৰণত উপস্থিত থাকে জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰী
সোণাৰি: সোণাৰি আবকাৰীয়ে  চুলাই মদৰ অভিযান চলাই বানফেৰা ১০ নম্বৰত, প্ৰায় ৪১৮ লিটাৰ চুলাই পাচ নষ্ট কৰি ৩টাকৈ গোচৰ ৰুজু
সোণাৰি: চৰাইদেউ মৈদাম ক্ষেত্ৰ পৰিদৰ্শন কৰি বুজ লয় বিজেপিৰ ৰাজ‍্যিক সা‍ংগঠনিক সাধাৰণ সম্পাদক ৰাজেন্দ্ৰ ৰাজুৱে
সোণাৰি: সোণাৰি চফ্ৰাই মডেল স্কুলত গোটা আৱৰ্জনা আৰু বহন ক্ষমতা আৰু কেঁচুসাৰৰ দুদিনীয়া কৰ্মশালা, উপস্থিত কৃষি বিষয়া জেৰিফা উল্লাহ
সোণাৰি: সোণাৰি টিয়ক ৰজাবাৰীত দুৰ্ঘটনাত পতিত বাইক চুৰি কৰা এহাল যুৱক-যুৱতী, এটা পিষ্টলসহ বাইক চুৰি কৰা সা-সৰঞ্জাম উদ্ধাৰ
সোণাৰি: সোণাৰি শিৱ মন্দিৰৰ সন্মুখত ভাৰতীয় জনতা পাৰ্টীৰ বিজয় উল্লাহ, উপস্থিত মন্ত্ৰী যোগেন মহন, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ
সোণাৰি: হিঙৰীজান অঞ্চলত বিলাতী সুৰাৰ বিৰুদ্ধে চৰাইদেউ আবকাৰী বিভাগৰ অভিযান, প্ৰায় ৬০০০ লিটাৰ বিলাতী সুৰা জব্দ, ৪টা গোচৰ ৰুজু
সোণাৰি: সোণাৰি হৰি সভা মন্দিৰত ধৰ্ম আলোচনী সভা,  উপস্থিত থাকে আউনীআতি সত্ৰৰ সত্ৰাধিকাৰ পিতাম্বৰ দেৱগোস্বামী
সোণাৰি: সোণাৰি BPBM বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কেন্দ্ৰীয় চ্যুকাফা দিৱসৰ লগত সংগতি ৰাখি সাংস্কৃতিক সন্ধিয়াত নীল আকাশৰ গীতৰ শৰাই
সোণাৰি: সোণাৰি বিপিবিএম বিদ্যালয়ৰ সন্মুখত কেন্দ্ৰীয় চ্যুকাফা দিৱসৰ মুকলি সভাত উপস্থিত সাংসদ তপন কুমাৰ গগৈ
সোণাৰি: সোণাৰিৰ ঐতিহাসিক চৰাইদেউ মৈদাম প্ৰাঙ্গনত ৭৯৫ তম অসম দিৱস উদযাপন
সোণাৰি: আজি সন্ধিয়া সোণাৰি ৰজাঢাপ নামঘৰৰ বাৰ্ষিক কৰ্মত উপস্থিত আউনিআটি সত্ৰৰ সত্ৰাধিকাৰ পিতাম্বৰ দেৱগোস্বামী
সোণাৰি: ৰজাঢ়াপত দুটা ছাগলী চোৰক ৰাইজে হাতে-লোটে ধৰি সোণাৰি আৰক্ষীক চমজাই দিয়ে শুকুৰবাৰে
সোণাৰি: সোণাৰিৰ বগৰীগুৰি গাঁৱত আবকাৰী বিভাগৰ চুলাই মদৰ বিৰুদ্ধে অভিযানত প্ৰায় ৩১০ লিটাৰ চুলাই পাচ জব্দৰ লগতে ২টা কেচ ৰুজু
সোণাৰি: সোণাৰি ৰঙানদী গাঁৱত চুলাই মদৰ বিৰুদ্ধে জিলা আবকাৰী বিভাগৰ অভিযান, প্ৰায় ৪২০ লিটাৰ চুলাই পাচ জব্দ, ৩টা গোচৰ ৰুজু
সোণাৰি: সোণাৰি বি পি বি এমৰ খেল পথাৰত দুই ডিচেম্বৰত যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় চুকাফা দিৱসৰ আয়োজন,সভাপতি পলাশ চাংমাইৰ মন্তব্য
সোণাৰি: সোণাৰিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত ডঃ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান, মন্ত্ৰী যোগেন মহন আৰু বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ উপস্থিত
সোণাৰি: সোণাৰি মহিলা কবি মঞ্চৰ উদ্যোগত বিজেপিৰ ভৱনত "ড০ মামণি ৰয়ছম গোস্বামীৰ" স্মৃতি দিৱস উদযাপন, জিলা আয়ুক্ত উপস্থিত
সোণাৰি: সোণাৰি ৰাজহুৱা খেলপথাৰত কেপ্টেইন জিণ্টু গগৈ বীৰচক্ৰ সোঁৱৰণী ফুটবল ট্ৰফি প্ৰদৰ্শন, উপস্থিত থাকে জিলা আয়ুক্ত
সোণাৰি: সোণাৰিৰ কাকতিবাৰীত এগৰাকী লোকৰ খেৰৰ দʼমত অগ্নিকাণ্ড, কথমপি ৰক্ষা পৰিল বাসগৃহ, অগ্নিনিৰ্বাপক বাহিনীৰ দ্বাৰা জুই নিৰ্বাপন
সোণাৰি: সোণাৰি নাফুক চাহ বাগিচাত ভাৰতীয় জনতা পাৰ্টীৰ বাগিচা উন্নয়ন যাত্ৰাত উপস্থিত সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ
সোণাৰি: গৰখীয়াবাম গাঁৱত জিলা আবকাৰী বিভাগৰ চুলাই মদৰ বিৰুদ্ধে অভিযান, প্ৰায় ৫৩৫ লিটাৰ চুলাই পাচ জব্দ কৰি ৪টা গোচৰ ৰুজু
সোণাৰি: সোণাৰি BJPৰ কাৰ্য্যালয়ত দলৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত উপস্থিত ভাৰতী জনতা পাৰ্টীৰ ৰাজ্যিক সাধাৰণ সম্পাদক দীপ্লু ৰঞ্জন শৰ্মা