Public App Logo
Profile Picture

Lipika Deka

@lipikadeka019
100879Followers
4Following
গুৱাহাটী: সোমবাৰে জনতা ভৱনত ৰাজহ মন্ত্ৰী যোগেন মহনে বিভাগীয় বিষয়াৰে এক গুৰুত্বপূৰ্ণ বৈঠকত অংশ লয়
গুৱাহাটী: প্ৰসংগ দেৱদাৰু পথৰ চুৰিকাঘাতৰ ঘটনা, আৰক্ষীৰ জালত পৰা নয়নৰ মাতৃৰ বিস্ফোৰক মন্তব্যঃ নয়নৰ লগত কাজিয়া হৈছিল অভিজিতৰ
গুৱাহাটী: গীতানগৰ থানাই অভিযান চলায় মহানগৰীৰ শ্ৰীনগৰৰ পৰা এটা পুতলা পিষ্টলসহ আটক কৰে চাৰি যুৱকক
গুৱাহাটী: দিচপুৰ আৰক্ষীৰ জালত পৰিল দেৱদাৰু পথৰ চুৰিকাঘাটৰ অভিযুক্ত,চুৰিৰে উপৰ্যুপৰি আক্ৰমন কৰিছিল অভিজিৎ শইকীয়া নামৰ এজনক
গুৱাহাটী: মহানগৰীৰ হিৰিম্বাপুৰৰ শ্ৰী শ্ৰী কৃষ্ণ মন্দিৰত পূৰ্ণিমা তিথি উপলক্ষ্যে অনুষ্ঠিত হোৱা যজ্ঞত অংশ লয় মেয়ৰ মৃগেন শৰণীয়াই
গুৱাহাটী: দেওবাৰে মহানগৰীৰ কৃষ্ণনগৰৰ অংগনবাদী কেন্দ্ৰৰ নৱনিৰ্মিত ভৱনৰ  আনুষ্ঠানিকভাৱে উদ্বোধন বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ
গুৱাহাটী: পাঞ্জাবাৰীৰ পূৰবী ডায়েৰীৰ মেনেজাৰ ৰঞ্জিত বৰা হত্যাকাৰীক গ্ৰেপ্তাৰ কৰা প্ৰসংগত পানবজাৰত চিপি দিগন্ত বৰাৰ সংবাদ মেল
গুৱাহাটী: কাহিলীপাৰাত বাস কৰা Adl. SP পল্লৱ তামুলীৰ ভূৱা একাউন্ট খুলিলে দুৰ্বৃত্তই, মেচেছযোগে ধন দাবীও কৰিছে ভুৱা একাউন্টটোৰ পৰা
গুৱাহাটী: উলুবাৰী বক্সিং ক্লাৱত স্বাস্থ্য চিকিৎসা সেৱাৰ আঁচনি আয়ুষ্মান ভাৰত স্বাস্থ্য সেৱা কাৰ্ড উদ্বোধন কৰে মেয়ৰ মৃগেন শৰনীয়াই
গুৱাহাটী: আজি উলুবাৰীত অসম আৰক্ষীৰ মুখ্য বিভাগৰ বিভিন্ন ৰেংকৰ পোন্ধৰজন পদক বিজয়ীক সম্বৰ্ধনা অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙৰ
গুৱাহাটী: ডাউন টাউনৰ সৰুমটৰীয়াৰ পৰা নিৰুদ্দেশ এগৰাকী যুৱতী,পাৰবীন চুলতানা নামৰ যুৱতীগৰাকী নিজ ঘৰৰ পৰা নিৰুদ্দেশ
গুৱাহাটী: দিছপুৰৰ দেৱদাৰু পথৰ চাঞ্চল্যকৰ ঘটনাক লৈ  দিচপুৰত মুখ খুলিছে আৰক্ষীয়ে,অভিযন্তাৰ পুত্ৰক দুৰ্বৃত্তই কৰিছিল আক্ৰমণ
গুৱাহাটী: বাল্যবিবাহ সন্দৰ্ভত দিচপুৰ থানাত ১৪ টা গোচৰ ৰুজু হৈছে,বৰ্তমানলৈ আটক হৈছে ২ জন
গুৱাহাটী: দেবদাৰু পথৰ চুৰিকাঘাটৰ ঘটনাত আহত অভিজিত শইকীয়া বৰ্তমান বিপদমুক্ত, অভিযানৰ অন্ততঃ অভিজিত শইকীয়াৰ ঘৰৰ পৰা ওলাই গʼল আৰক্ষী
গুৱাহাটী: ম্যানমাৰৰ পৰা আহি কাহিলীপাৰাস্থিত বিশেষ শাখাত আত্মসমৰ্পণ আলফা স্বাধীনৰ মেজৰ বুবুল চন্দ্ৰ বৰুৱাৰ
গুৱাহাটী: গুণোৎসৱ উপলক্ষে মহানগৰীৰ আমবাৰী নৱযুগ প্ৰাথমিক বিদ্যালয় পৰিদৰ্শন মন্ত্ৰী ৰণোজ পেগুৰ
গুৱাহাটী: পাঞ্জাবাৰীৰ অসম পশুধন নিগমৰ কাৰ্য্যালয়ত সংবাদমেল সম্বোধন অধ্যক্ষ মনোজ শইকীয়াৰ
গুৱাহাটী: বুধবাৰে হাতীগাঁৱত ট্ৰান্সজেণ্ডাৰসকলৰ বাবে থকা 'তৃতীয় নিৱাস' পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ
গুৱাহাটী: ফাঁচীবজাৰত পদপথ সেতু উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীৰ জন্ম দিনৰ দিনাই উদ্বোধন হয় এই পদপথ সেতু
গুৱাহাটী: APDCL ৰ বৰ্দ্ধিত মাচুলৰ বিৰুদ্ধে গনেশগুৰিত সংবাদমেল সম্বোধন আম আদমি পাৰ্টীৰ
গুৱাহাটী: ডিজিপি ৰূপে আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ জিপি সিঙৰ, বিদায়ী ডিজিপি ভাস্কৰজ্যোতি মহন্তৰ পৰা দায়িত্ব গ্ৰহণ জিপি সিঙৰ
গুৱাহাটী: কন্ঠশিল্পী আচুৰ্য্য বৰপাত্ৰ অসুস্থ, খানাপাৰাস্থিত হেল্থ চিটি হাস্পতালত চিকিৎসাধীন শিল্পী গৰাকী
গুৱাহাটী: উলুবাৰীত মৈত্ৰী আঁচনিৰ অধীনত নিৰ্মাণ কৰা এটি বিশ্ৰামালয় উদ্বোধন আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তৰ
গুৱাহাটী: প্ৰয়াত সাহিত্যিক মামণি ৰয়ছম গোস্বামীৰ গান্ধীবস্তিস্থিত বাসগৃহত চুৰিকাণ্ড, চোৰে কাটি লৈ গ'ল বিদ্যুতৰ তাঁৰ
গুৱাহাটী: ক'পাৰেটিভ বেংকৰ পৰা ঋণ লৈ ঘূৰাই দিব নোৱাৰাক গীতানগৰ আৰক্ষীয়ে জু ৰোডৰ পৰা আটক কৰে টিকেন্দ্ৰজিত ডেকা নামৰ এজন ব্যৱসায়ীক