Public App Logo
Profile Picture

Jadumoni Saikia

@evergreennews
5705Followers
0Following
গুৱাহাটী: গুঃ বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ দুটা পদৰ নিৰ্বাচনত স্থগিতাদেশ কামৰূপ জিলা নিম্ন আদালতৰ,আমবাৰীত মন্তব্য বঞ্চিত প্ৰাৰ্থীৰ
গুৱাহাটী: খানাপাৰাৰ ৰাজ্যিক অতিথিশালাত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাজ্যিক ক'ৰ কমিতিৰে বৈঠকত মিলিত হ'ল গৃহমন্ত্ৰীগৰাকী
গুৱাহাটী: মাজুলীত তেজস্বীতা বৰুৱা নামৰ ছাত্ৰী গৰাকীৰ মৃত্যুকলৈ বৃহস্পতিবাৰে দিছপুৰত প্ৰতিক্ৰিয়া বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ
গুৱাহাটী: ৩য় আৰু ৪ৰ্থ বৰ্গৰ নিযুক্তিত অনিয়মৰ অভিযোগ আনি গ্ৰেপ্তাৰ হোৱা ভিক্টৰ দাসৰ পূৰ্ণাংগ জামিন মঞ্জুৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
গুৱাহাটী: CJM আদালত স্থানান্তৰৰ বিৰোধিতাৰে CJM আদালত চৌহদত প্ৰতিবাদ গুৱাহাটী উকীল সন্থাৰ, প্ৰতিক্ৰিয়া অধিবক্তাৰ
গুৱাহাটী: বিশেষ আদালতত ৰাকেশ পালৰ ভঙাগড় থানাৰ গোচৰৰ দৈনিক শুনানি আৰম্ভ, দীঘলীপুখুৰীত মন্তব্য অধিবক্তা ফিৰোজ খানৰ
গুৱাহাটী: উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ, গুৱাহাটী হাইক'ৰ্টত আৰম্ভ গোচৰৰ শুনানিৰ হʼব লাইভ সম্প্ৰচাৰ, উজানবজাৰত কʼলে অধিবক্তা বিজন মহাজনে
গুৱাহাটী: ৩০/১০ বিস্ফোৰণৰ মাষ্টাৰমাইণ্ড ৰঞ্জন দৈমাৰীৰ যাৱজ্জীৱন কাৰাদণ্ড বাহাল গুৱাহাটী হাইক'ৰ্টৰ, অধিবক্তা মানস শৰণীয়াৰ মন্তব্য
গুৱাহাটী: গুৱাহাটী উচ্চ ন্যায়ালয়ত সোমবাৰৰ পৰা আৰম্ভ হ'ল গোচৰৰ 'লাইভ' শুনানী প্ৰক্ৰিয়া,ইউটিউবত উপলব্ধ হ'ব শুনানিৰ 'লাইভ'
গুৱাহাটী: বান আৰু খহনীয়া সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰক যথোপযুক্ত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গুৱাহাটী: বিদ্যুৎ বিলৰ খেলিমেলিৰ সন্দৰ্ভত APDCLৰ অধ্যক্ষক সাক্ষাৎ আছুৰ সঁজাতি দলৰ, প্ৰতিক্ৰিয়া আছুৰ সভাপতি দিপাংক নাথৰ
গুৱাহাটী: পুনৰ জামিন নাকচ APSCৰ নিলম্বিত অধ্যক্ষ ৰাকেশ পালৰ, জামিন নাকচ কৰি ৬ মাহত বিচাৰ সম্পূৰ্ণ কৰাৰ নিৰ্দেশ গুৱাহাটী হাইক'ৰ্টৰ
গুৱাহাটী: অবৈধভাবে ঠিকাদাৰক বালি মহল আবন্টন দিয়াৰ বাবে BTC কৰ্তৃপক্ষক মঙলবাৰে ৫০ হাজাৰ টকাৰ জৰিমণা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
গুৱাহাটী: দুধৰ্ষ মাওবাদী, সম্ৰাট চক্ৰৱৰ্তীক মঙলবাৰে চানমাৰিৰ  NIA বিশেষ আদালতত হাজিৰ, তিনিদিনৰ বাবে NIAৰ জিম্মালৈ প্ৰেৰণ আদালতৰ
গুৱাহাটী: পূজাৰ সময়ত পথ সুৰক্ষাৰ প্ৰতিটো বিধি মানি চলিবলৈ পূজা সমিতি, ৰাইজক আহ্বান, আমবাৰীত প্ৰতিক্ৰিয়া পৰিবহন বিষয়া গৌতম দাসৰ
গুৱাহাটী: দুৰ্গা পূজালৈ মহানগৰত চলিব পৰিবহন বিভাগৰ বিশেষ অভিযান ৷সোমবাৰে চানমাৰি, গনেশগুৰিত অভিযান চলাই DTO হিমাংশু দাসৰ মন্তব্য
গুৱাহাটী: দেওবাৰে নিশা মঠঘৰীয়াত সংঘটিত পথ দুৰ্ঘটনাত প্ৰদীপ ৰয় নামৰ এজন যুৱক গুৰুতৰভাবে আহত হয়
গুৱাহাটী: নিযুক্তি কেলেংকাৰীৰ অভিযুক্ত ভিক্টৰ দাসৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ গুৱাহাটী হাইক'ৰ্টৰ, জু-ৰোডত অধিবক্তাৰ মন্তব্য
গুৱাহাটী: বিপ্লব কুমাৰ শৰ্মা ন্যায়িক আয়োগৰ প্ৰতিবেদন পুনৰীক্ষণৰ বাবে মুখ্য সচিব পবন বৰঠাকুৰৰ নেতৃত্বত গঠন আন এখন পুনৰীক্ষণ সমিতি
গুৱাহাটী: RGB পথত নিৰ্মান কৰি থকা ফ্লাইঅভাৰৰ খুটাৰ ওপৰৰ পৰা মঙলবাৰে তলেৰে গৈ থকা বাহনত পৰিল প্ৰকাণ্ড লোহা, প্ৰাণ ৰক্ষা দুজনৰ
গুৱাহাটী: UGCৰ নিয়ম অনুসৰি কলেজ শিক্ষকৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত নোহোৱাত উচ্চ ন্যায়লয়ৰ কাষ চাপিছে একাংশ ভুক্তভোগী প্ৰাৰ্থী
গুৱাহাটী: বৰপেটা সত্ৰ ভ্ৰমনৰ গোচৰত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে নতুন সাক্ষী দিয়াৰ আবেদনৰ শুনানী গ্ৰহণ কৰে কাৰূপ CJMআদালতে
গুৱাহাটী: বিজেপি নেতা তথা ব্যৱসায়ী মৃদুপৱন নেওগৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
গুৱাহাটী: নিযুক্তিত হোৱা দুৰ্নীতিৰ কথা ক'বলৈ গৈ গ্ৰেপ্তাৰ হোৱা ভিক্তৰ দাসক শনিবাৰে 7দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কামৰূপ CJMআদালতৰ
গুৱাহাটী: চৰকাৰী চিকিৎসালয়ত চিকিৎসকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ