Public App Logo
Profile Picture

ৰাতুল ডেকা

@usr037833
86001Followers
87Following
মৰিগাঁও: মৰিগাঁৱত মৰিগাঁও  জিলা নাথযোগী যুৱ-ছাত্ৰ পৰিষদৰ অসমীয়া যুৱক মঞ্চৰ দুই বিষয়-ববীয়াৰ বিৰুদ্ধে আৰক্ষীক এজাহাৰ দাখিল
মৰিগাঁও: মৰিগাঁৱৰ ৰাজপথত জিলা পৰিবহণ বিভাগৰ সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান, ১ মে'ৰ পৰা আজিলৈ ৩.৬৫ লাখ টকাৰ জৰিমনা
মৰিগাঁও: মৰিগাঁও চহৰত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী মৰিগাঁও জিলা সমিতিৰ বিভিন্ন দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
মৰিগাঁও: বিহুতলিত পতাকা উত্তোলন,চহিদ তৰ্পণ,বৃক্ষ ৰোপনৰে ভাৰতীয় জনতা পাৰ্টিৰ মৰিগাঁও জিলা সমিতিৰ ব'হাগী উৎসৱ আৰম্ভ
মৰিগাঁও: মৰিগাঁও আৱৰ্ত ভৱনত অসম বিধানসভাৰ লোকেল ফাণ্ড একাউন্ট সমিতিৰ  ৪ বিধায়ক উপস্থিত হৈ গ্ৰামোন্নয়নৰ আঁচনি পৰিদৰ্শন কৰে
মৰিগাঁও: শ'লমাৰীত ভূৰবন্ধা আঞ্চলিক পঞ্চায়তৰ জৰিয়তে পুখুৰী নিষ্কাষণ আঁচনি ৰূপায়নত নকৰাত ৰাইজৰ উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান
মৰিগাঁও: মৰিগাঁৱত লাইভ অফ এ ড্ৰাইভাৰ লেখক ৰূপম দত্তৰ মাৰ্ঘেৰিটাবাসীলৈ আহবান।১৬দিনতো নিপেন শইকীয়াৰ পৰিয়ালে নাপালে মৰণোত্তৰ ৰিপৰ্ট
মৰিগাঁও: মৰিগাঁও স্কুল খেলপথাৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৰিগাঁও সদৰ সমিতিৰ মুকলি বিহু সামৰণি
মৰিগাঁও: মৰিগাঁৱৰ জালুগুটি ৰঢ়ধলা বুঢ়া মছজিদত ইফটাৰ পাৰ্টিত অংশগ্ৰহণ নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুত বৰদলৈৰ
মৰিগাঁও: মৰিগাঁও সদৰ বিহুতলীত নিশা প্ৰতিকূল বতৰকো নেওচি জনপ্ৰিয় কন্ঠ শিল্পী সুদক্ষিণা ঠাকুৰীয়া গীতৰ শৰাই
মৰিগাঁও: মৰিগাঁও আৰু মায়ঙত নিশা  ধুমুহা আৰু প্ৰৱল শিলা বৃষ্টিৰ ফলত বিস্তৰ ক্ষতি সাধন
মৰিগাঁও: জাগীভকতগাঁৱত জাগীভকতগাঁও আঞ্চলিক ছাত্র সন্থাৰ ঊদ্যোগত অনুষ্ঠিত মুকলি প্ৰদৰ্শন আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন
মৰিগাঁও: বিহুত চহা গাঁৱলীয় জীৱনৰ গোন্ধ ৰাখি আগবাঢ়িব লাগে, মৰিগাঁৱত এই মন্তব্য আছুৰ সভাপতি উৎপল কুমাৰ শৰ্মাৰ
মৰিগাঁও: মৰিগাঁও জিলা সাংবাদিক সন্থাৰ কাৰ্যলয়ত মৰিগাঁও সাংবাদকৰ্মী বসন্তোৎসৱৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক, একাধিক প্ৰস্তাৱ গ্ৰহণ
মৰিগাঁও: মৰিগাঁও জিলা কবি সন্মিলন আৰু মায়ং কবি সন্মিলনৰ উদ্যোগত মৰিগাঁও আৰু মায়ঙত জ্যেষ্ঠ লোকক বিহুৱান,প্ৰশস্তি পত্ৰৰে বহাগী বৰণ
মৰিগাঁও: মৰিগাঁও আহতগুৰিত বন্তি প্ৰজ্বলন,পতাকা উত্তোলনৰে পাঁচদিনীয়া বসন্তোৎসৱৰ আৰম্ভ
মৰিগাঁও: মৰিগাঁও ছহীদ তিলক,হেমৰাম,গুণাভিৰাম অসামৰিক চিকিৎসালয়ত "নিদানৰ আঁৰত" প্ৰাচীৰ পত্ৰিকা উন্মোচন জিলা অতিৰিক্ত উপায়ুক্তৰ
মৰিগাঁও: মৰিগাঁও সাংবাদিক সমাজৰ উদ্যোগত অনুষ্ঠিত হ'ব লগা বসন্তৎসৱৰ বাবে বুধবাৰে সাংবাদিক সন্থাৰ কাৰ্য্যালয়ত গুৰুত্বপূৰ্ণ বৈঠক
মৰিগাঁও: মৰিগাঁও ঔজাৰিৰ পৰা গৈ কৰ্ণাটকক প্ৰতিনিধিত্ব কৰি ফুটবলৰ বিশ্বত নিজৰ নাম উজ্বলাই তোলা সত্যজিৎ বৰদলৈক ঔজাৰিত উষ্ম আদৰণি
মৰিগাঁও: মৰিগাঁও কলেজ অৱ এডুকেশনৰ প্ৰাংগণত বাল্যবিবাহৰ সন্দৰ্ভত সজাগতা সভা,অংশলয় বিধায়ক ৰমাকান্ত দেউৰীয়ে
মৰিগাঁও: মৰিগাঁও পৌৰসভাৰ সোণালী জয়ন্তী মহোৎসৱৰ আজি সফল সামৰণি,ইয়াৰ লগত সংগতি ৰাখি সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন ADC গৰ্গ মোহন দাসে
মৰিগাঁও: আজিৰে পৰা মৰিগাঁও জিলা স্বাস্থ্য বিভাগৰ চহিদ তিলক-হেমৰাম-গুণাভিৰাম অসামৰিক চিকিৎসালয়ত আৰম্ভ স্বাস্থ্য বিভাগৰ গুণোৎসৱ
মৰিগাঁও: মৰিগাঁও শ্ৰীশ্ৰী হনুমান মন্দিৰত দুদিনীয়াকৈ শ্ৰীশ্ৰী হনুমান জয়ন্তী মহোৎসৱ,সামৰণি কাৰ্যসূচীৰে সংগতি ৰাখি পুৱা শোভাযাত্ৰা
মৰিগাঁও: আজি বিজেপি মৰিগাঁও জিলাৰ অবিচি মৰ্চাৰ গাঁও গাঁও চলো, ঘৰ ঘৰ চলো কাৰ্যসূচী ৰূপায়ণ, উপস্থিত ৰাজ্যিক প্ৰভাৰী বিশাল তেণ্ডন
মৰিগাঁও: জৰাবাৰীত নিশা চোৰে লুটি নিলে দোকানৰ সামগ্ৰী, ঘটনস্হলীত মিকিৰভেটা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে