Public App Logo
Profile Picture

Hajo News

@hajoupdate
43480Followers
47Following
হাজো: হাজোৰ বৰ্ণিত আৰক্ষীৰ অভিযানত আটক হৈছে ড্ৰাগছ পেডলাৰ আছান আলী, উদ্ধাৰ হ'ল প্ৰায় ৭ গ্ৰাম হেৰ'ইন
হাজো: কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে এতিয়া হৰি নাম লওক, হাজোৰ জাপিয়াত এই বুলি ৰাহুল গান্ধীক কটাক্ষ বিধায়িকা সুমন হৰিপ্ৰিয়াৰ
হাজো: যোৰহাটৰ"বোৱাৰী"বস্ত্ৰ বিপনীৰ স্বত্বাধীকাৰীয়ে শুৱালকুছি তাঁত শিল্প সমিতিক কৰা বিৰূপ মন্তব্যকলৈ তাঁত শিল্প সমিতিৰ সংবাদমেল
হাজো: জাপিয়াত অষ্টপ্ৰহৰ একনাম সংকীৰ্তন সমাৰোহ উপলক্ষে বিশাল শোভাযাত্ৰা,নিশাৰ ভাগত লোকে লোকাৰণ্য গোপাল সত্ৰ প্ৰাংগন
হাজো: হাজোৰ আধিয়াৰপাৰাত দুৰ্ঘটনাগ্ৰস্ত সুৰা ভৰ্তি ট্ৰাকৰ লাখ লাখ মূল্যৰ সুৰাৰ বটল আৰক্ষীৰ পৰা চমজি ল'লে আবকাৰী বিভাগে
হাজো: হাজোৰ বৰুৱাবাৰীত ডি আই ভান আৰু বাইকৰ মুখামুখি সংঘৰ্ষ, সংকটজনক অৱস্থাত বাইক আৰোহীক চিকিৎসালয়লৈ প্ৰেৰণ
হাজো: হাজো আৰক্ষী থানাত দুগৰাকীকৈ আৰক্ষী বিষয়াক জনোৱা হ'ল বিদায় সম্বৰ্ধনা
হাজো: হাজোৰ আধিয়াৰপাৰাত নিয়ন্ত্ৰণ হেৰুৱাই দ' খাৱৈত বাগৰিল সুৰা ভৰ্তি ট্ৰাক, কথমপি প্ৰাণৰক্ষা চালক হেন্দিমেনৰ
হাজো: হাজোৰ শনিয়াদীত অজাপৰ উপ সভাপতি দুলু আহমেদৰ তীব্ৰ সমালোচনা ধৰ্মগুৰু ধীৰেন্দ্র কৃষ্ণ শাস্ত্ৰীক
হাজো: হাজোৰ শ্ৰীশ্ৰী হয়গ্ৰীৱ মাধৱ মন্দিৰত নিশা পৰম্পৰাগত ৰজা দৌল উৎসৱ উদযাপন, উপস্থিত হ'ল বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ লোক
হাজো: হাজো-গুৱাহাটী ৰাজপথত বাছৰ ভিতৰতে ছাত্ৰীক অপদস্থ কৰিলে ট্ৰেভেলাৰ চালকে, হাজো আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগী ছাত্ৰীৰ
হাজো: হাজোৰ বাগটাৰ কঞাজেনীত এজাক বৰষুণতেই খহি পৰিল মাথাউৰিৰ গাৰ্ড ৱাল, দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ বিৰুদ্ধে ওলাই আহিল ক্ষুদ্ধ জনতা
হাজো: হাজোৰ মেলেকীপাৰাত ভূমি বিবাদক কেন্দ্ৰ কৰি চুবুৰীয়াৰ আক্ৰমণত আহত দুই ভাতৃ
হাজো: চৰাবড়িত ৰাইজে উদযাপন কৰিলে এগৰাকী আইতাৰ ১০৫ বছৰীয়া জন্মদিন
হাজো: হাজোৰ চমুখাত নিৰ্মিয়মান ভগ্ন মঠাউৰি পৰিদৰ্শন কৰিলে জল সম্পদ মন্ত্ৰী পিযুষ হাজৰিকাই
হাজো: হাজো চক্ৰ বিষয়া কাৰ্যালয়ত জনতাৰ ক্ষোভৰ বলি হ'ল লাট মণ্ডল, উৎকোচ লৈ নামজাৰি কৰি নিদিয়াৰ অভিযোগ লাট মণ্ডলগৰাকীৰ বিৰুদ্ধে
হাজো: হাজোৰ মনাহকুছিত হিন্দু বঙালী সম্প্ৰদায়ৰ লোকসকলে উদযাপন কৰিলে তিনিশ বছৰীয়া শ্ৰীশ্ৰী মা কালী পূজা
হাজো: ওদালগুৰিৰ খৈৰাবাৰীত হত্যাৰ বলি হোৱা ছফিকুল আলীৰ দুই হত্যাকাৰী লাডেন আলী আৰু ৰাজু আলীক জেল হাজোতলৈ প্ৰেৰণ কৰিলে আৰক্ষীয়ে
হাজো: হাজোৰ দামপুৰত গড়কপ্তানী পথৰ একাঁঠু পানীত জাকৈ জুলুকী লৈ অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিলে ৰাইজে
হাজো: হাজোৰ মনাহকুছিত নিশা খগেন দাস নামৰ এজন লোকৰ ঘৰত সংঘটিত  অগ্নিকাণ্ডত জাহ গ'ল লক্ষাধিক মূল্যৰ সামগ্ৰী
হাজো: হাজোৰ মনাহকুছিত জয়পাল শিৱ থানত চতুৰ্থ প্ৰহৰ হৰি কীৰ্ত্তন সমাৰোহ অনুষ্ঠিত
হাজো: হাজোৰ কেদাৰ মন্দিৰৰ পুখুৰীত অস্বাভাৱিক হাৰত শ শ মাছৰ মৃত্যু,পানীত অক্সিজেনৰ অভাৱত মৃত্যুৰ সন্দেহ স্থানীয় লোকৰ
হাজো: পাকৰকোণাত মন্দিৰ চুৰি কৰিবলৈ আহি ৰাইজৰ হাতত আটক হোৱা দুধৰ্ষ চোৰ ছাদ্দাম আৰু ছাহিদুল্লাক কাৰাগাৰলৈ প্ৰেৰণ দদৰা আৰক্ষীৰ
হাজো: সাতদলাত য়ুথ ষ্টাৰ ক্লাবৰ উদ্যোগত অনুষ্ঠিত ক্ৰিকেট প্ৰতিযোগিতাত বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত অজাপৰ উপ সভাপতি দুলু আহমেদ
হাজো: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিব সদৌ অসম প্ৰাইজমানি মাৰাথন দৌৰ প্ৰতিযোগিতাৰ, শুৱালকুছিত সংবাদমেল উদ্যোক্তাৰ