Public App Logo
Profile Picture

Lakhyajit

@lakhyajit182
0Followers
0Following
সোণাৰি: বান সাহায্যৰ দাবীত তৃতীয় দিনাও অখিল গগৈৰ অনশন, চৰাইদেউৰ বানপীড়িতৰ প্ৰাপ্যক লৈ প্ৰশ্ন!
সোণাৰি: বৰহাট অঞ্চলত আটছা বৰুৱানগৰ উপ-শাখাৰ উদ্যোগত কৰম সন্মিলন, সফলতাৰে সম্পন্ন প্ৰথম দিনাৰ কাৰ্যসূচী!
সোণাৰি: চৰাইদেউৰ ডাঙৰীকুমাৰ গাঁৱত তৃতীয় দ্বি-বাৰ্ষিক ভাওনা মহোৎসৱ, “বৰাহৰ পৃথিৱী উদ্ধাৰ” নাটৰ শুভাৰম্ভ।
সোণাৰি: চৰাইদেউ জিলাত শ্ৰমদানৰে পিয়লি ফুকন পথ পৰিষ্কাৰ কৰিলে গৰীয়া পথাৰ আৰু গড়বস্তিৰ যুৱকসকলে, প্ৰশংসনীয় পদক্ষেপ!
চৰাইদেউৰ লংপতীয়াত ক্ষুদ্ৰ চাহ খেতিয়কৰ সজাগতা সভা, পাঁচ শতাধিক লোকৰ অংশগ্ৰহণ।
মই চেপনৰ ৰাহুল! শৃংখল চলিহাক মাতক, চিতু বৰুৱাক মাতক!” — ট্ৰেফিক আৰক্ষীয়ে ই-ৰিক্সা ৰখোৱাত পথৰ মাজতে হাহাকাৰ!
জৰাজীৰ্ণ বাট-পথে জ্বলা-কলা খুৱাইছে ৰাইজক! বৰহাটত আছুৰ ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট।
চৰাইদেউ জিলাত সেৱা সেতু অভিযান শিবিৰৰ প্ৰস্তুতি তুংগত।
অংগনৱাড়ী কৰ্মী-সহায়িকাৰ সমস্যা কেতিয়া সমাধান হ’ব? চফ্ৰাইত সংবাদমেলযোগে দাবী উত্থাপন।
সোণাৰি উন্নয়ন খণ্ডত DDU-GKY প্ৰাক্তন প্ৰশিক্ষাৰ্থীৰ সমাৱেশ, ৩০গৰাকী সফল প্ৰাৰ্থীক সম্বৰ্ধনা।
‘সেৱা সংকল্প অভিযান’ক লৈ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক, জ্যোতি কলহ যাত্ৰাৰ প্ৰস্তুতি তুংগত
চৰাইদেউৰ বামপথাৰ বেঙেনাবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত স্বাস্থ্য, কল্যাণ শিবিৰ উদ্বোধন বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ।
সোণাৰিত বানপীড়িতৰ কাষত ৰেড ক্ৰছৰ মানৱীয় পদক্ষেপ, ৫০০ পৰিয়াললৈ সাহাৰ্য বিতৰণ।
চৰাইদেউ জিলাৰ মথুৰাপুৰৰ জামেই মছজিদত দিন-দুপৰতে সংঘটিত হ’ল চুৰিকাণ্ড।
HPV টিকাকৰণত চৰাইদেউৰ সাফল্য, লাভ কৰিলে বিশেষ স্বীকৃতি।
স্বচ্ছ সোণাৰি গঢ়াৰ সংকল্প, পৌৰসভাৰ ‘স্বচ্ছতা হি সেৱা’ অভিযান।
চৰাইদেউত স্বাস্থ্য-শিক্ষাত নতুন পদক্ষেপ! ‘School Health Club’ আৰু ‘Angan Milan’ক লৈ গুৰুত্বপূৰ্ণ সভা।
চৰাইদেউত ‘সেৱা জ্যোতি’ৰ প্ৰস্তুতি সভা, উপস্থিত তপন গগৈ–সুৰজ দিহিঙীয়া