Download Now Banner

This browser does not support the video element.

ওদালগুৰি: চহৰৰ হায়াৰ চেকেণ্ডেৰী স্কুলৰ খেলপথাৰত অনুষ্ঠিত বিজেপিৰ মনোনয়ন দাখিল সম্পৰ্কীয় সভাত সাংসদ আৰু মন্ত্ৰীৰ অংশগ্ৰহণ

Udalguri, Udalguri | Sep 2, 2025
বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ বাবে ওদালগুৰি জিলাৰ ৭টা সমষ্টিত বিজেপি দলে প্ৰাৰ্থীত্ব প্ৰদান কৰে। সেয়ে মনোনয়ন দাখিলৰ অন্তিম দিনা মনোনয়ন দাখিলৰ বাবে ওদালগুৰিৰ হায়াৰ চেকেণ্ডেৰী স্কুল খেল পথাৰত উপস্থিত হয়। আনহাতে উক্ত স্থানতে এখন বিশাল সভা অনুষ্ঠিত হয়। ইপিনে উক্ত সভাত সাংসদ দিলীপ শইকীয়া, মন্ত্ৰী পীযুষ হাজৰিকা, জিলা বিজেপিৰ সভাপতি সুনীল কুমাৰ বসুমতাৰী প্ৰমুখ্যে দলৰ কাৰ্য্যকৰ্তা আৰু ৭গৰাকী প্ৰাৰ্থীৰ লগতে শুভাকাংশী ৰাইজ উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us