Download Now Banner

This browser does not support the video element.

শিৱসাগৰ: ন-আলিত গেছ পৰিবাহী পাইপৰ পাইপ ফুটি নিৰ্গত গেছ, আতংকময় পৰিৱেশ

Sibsagar, Sivasagar | Aug 28, 2025
শিৱসাগৰৰ ন-আলিত গেছ পৰিবাহী পাইপৰ পাইপ ফুটি নিৰ্গত গেছ , আতংকময় পৰিবেশ । জেচিবিয়ে নলা চাফাই কৰি থাকোঁতেই সংঘটিত হয় এই ঘটনা । ইতিমধ্যে ঘটনা স্থলীত উপস্থিত অগ্নি নিৰ্বাপক বাহিনীৰ লগতে এছ ডি আৰ এফ বাহিনী ।
Read More News
T & CPrivacy PolicyContact Us