Download Now Banner

This browser does not support the video element.

দাংতল ৰাজহ চক্ৰ: নাচনকুতিৰ শ্ৰী শ্ৰী গোপাল বাবা ঠাকুৰ দেউল দেৱালয় মন্দিৰত উপস্থিত হৈ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰে কেএচিৰ অধ্যক্ষই

Dangtal Revenue Circle, Bongaigaon | Aug 26, 2025
মঙ্গলবাৰে কেএচিৰ আবন্টিত পূঁজি ছয় লাখ টকা সাপেক্ষে বঙাইগাঁও জিলাৰ ডাংতল উন্নয়ন খণ্ডৰ চিকিবিকি পঞ্চায়তৰ অন্তৰ্গত নাচনকুতি গাঁৱৰ শ্ৰী শ্ৰী গোপাল বাবা ঠাকুৰ দেউল দেৱালয় মন্দিৰ নিৰ্মাণ কাৰ্যৰ  আধাৰশিলা স্থাপন কৰে কেএচিৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মনে। উক্ত অনুষ্ঠানত গাওঁৰ জেষ্ঠ ব্যক্তি সকল,  চিকিবিকি আঞ্চলিক আক্ৰাছু আৰু মহিলা সমিতিৰ বিষয়ববীয়া সকল লগতে স্থানীয় ৰাইজ উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us