Download Now Banner

This browser does not support the video element.

চাবুৱা: চাবুৱাৰ বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা, তিনিটা শিশু সহ আহত ছয় জন, বাইক আৰু এলটো বাহনৰ মুখামুখি সংঘৰ্ষ

Chabua, Dibrugarh | Sep 30, 2025
দুৰ্গাপূজাৰ আনন্দ আৰু উল্লাহৰ মাজতেই আজি মঙ্গলবাৰে নিশা ১১ বজাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। মটৰচাইকেল আৰু এলটো বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত গুৰুতৰ ভাৱে আহত হৈছে তিনিটা শিশু সহ দুজন ব‍্যক্তিৰ। অতি সংকটজনক অৱস্থাত আটাইকে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়
Read More News
T & CPrivacy PolicyContact Us