Download Now Banner

This browser does not support the video element.

ধুবুৰী ভাগ: ১ নং পৰ্বতঝোৰাৰ সমষ্টিত BPFৰ প্ৰাৰ্থী মুন মুন ব্ৰহ্ম অগণন ৰাইজ লৈ বিশাল ৰেলী

Dhubri Part, Dhubri | Sep 2, 2025
কাজিগাও গাৰোপাৰা খেলপথাৰত পৰাবিশাল ৰেলীৰে মহকুমাধিপতিৰ কাৰ্যালয় লৈ ৰাওনা বি টি এফৰ প্ৰাৰ্থী মুন মুন ব্ৰহ্ম।ৰেলী যোগে নিজৰ নিজৰ শক্তি প্ৰদৰ্শন কৰে প্ৰাৰ্থী গৰাকীয়ে। আজি অন্ত পৰিব বিটিআৰ পৰিষদীয় নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ । পৰ্বতঝোৰাৰ মহকুমাধিপতিৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ গ্ৰহণৰ বাবে সাজু নিৰ্বাচনী বিষয়া।
Read More News
T & CPrivacy PolicyContact Us