This browser does not support the video element.
দেৰগাঁও: দেৰগাঁৱত হিন্দু লোকৰ ঘৰত গৰুৰ মূৰ ওলোৱা ঘটনা সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া বীৰ লাচিত সেনাৰ জিলা সভাপতিৰ
Dergaon, Golaghat | Aug 26, 2025
দেৰগাঁৱত হিন্দু লোকৰ ঘৰত গৰু মোৰ ওলোৱা ঘটনাক তীব্ৰ প্ৰতিক্ৰিয়া বীৰ লাচিত সেনা গোলাঘাট জিলা সমিতিৰ সভাপতিৰ l দেৰগাঁৱত এজন লোকৰ ঘৰত গৰু মোৰ পেলোৱাক লৈ এতিয়াও মাৰ যোৱা নাই উত্তেজনা l মঙ্গলবাৰে দিনৰ প্ৰায় ১ বজাত দেৰগাঁৱত গৰু মোৰ ওলোৱা গৃহস্থৰ ঘৰত উপস্থিত বীৰ লাচিত সেনা গোলাঘাট জিলা সমিতিৰ বিষয় ববিয়াৰ এটা দল l উপস্থিত হৈ উক্ত ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি আৰক্ষীক শীঘ্ৰেই দোষীক গ্ৰেপ্তাৰ কৰি কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাই দলটোৱে।