Download Now Banner

This browser does not support the video element.

মৰঙী: ধনশিৰি নদীৰ পুৰণা দলঙৰ সমীপত ১৪ বছৰীয়া কিশোৰৰ মৃতদেহ উদ্ধাৰ,নদীত গা ধুবলৈ গৈ সলিল সমাধি কিশোৰটিৰ

Morangi, Golaghat | Sep 5, 2025
শুক্ৰবাৰে দিনৰ প্ৰায় ১ বজাত গোলাঘাটৰ ধনশিৰি নদীৰ পুৰণা দলঙৰ সমীপত ১৪ বছৰীয়া কিশোৰৰ মৃতদেহ উদ্ধাৰ। বৃহস্পতি বাৰে বিয়লি সমনীয়াৰ সৈতে গা ধুবলৈ গৈ সন্ধানহীন হৈছিল জয় দাস নামৰ কিশোৰটি। ডুবাৰু বাহিনীৰ তীব্ৰ অভিযানত আজি উদ্ধাৰ হয় কিশোৰটিৰ মৃতদেহ l ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।
Read More News
T & CPrivacy PolicyContact Us