Download Now Banner

This browser does not support the video element.

মঙলদৈ ভাগ: মঙলদৈত প্ৰধান মন্ত্ৰী আগমনকলৈ মঙলদৈস্হিত আয়ুক্ত কাৰ্যালয়ত সংবাদ মেল আয়ুক্তৰ

Mangaldoi Part, Darrang | Sep 11, 2025
অহা ১৪ ছেপ্টেম্বৰত কেইবাটাও আঁচনিৰ আধাৰশিলা স্থাপন কৰাৰ উদ্দেশ্যৰে মঙলদৈত উপস্থিত হব প্ৰধানমন্ত্ৰী। ইয়াকেলৈ প্ৰস্তুতি প্ৰায় শেষ পৰ্যায়ত উপনীত হৈছে। ১৪ ছেপ্টেম্বৰৰ উক্ত সভালৈ কোন আহিব কোন নাহিব। সংবাদ মেল পাতি এইবিষয়ে কলে দৰং জিলাৰ জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতিয়ে । দিনৰ ১১ বজাত উপস্থিত হব প্ৰধান মন্ত্ৰী গৰাকী
Read More News
T & CPrivacy PolicyContact Us