Install App
manojbmc2009
This browser does not support the video element.
সৃজনগ্ৰাম: ৰাছেল ভাইপাৰৰ দংশনৰ ফলত আহত হোৱা ছনত জামালক সৃজনগ্ৰাম মডেল হাস্পতালত ভৰ্তি, এণ্টিভেনম দিয়া হৈছে লোকজনক
Srijangram, Bongaigaon | Jun 3, 2025
অভয়াপুৰীৰ কাছাৰিপেটীত ৰাছেল ভাইপাৰক লৈ আতংক । পুৱা কাছাৰিপেটী ২য় খণ্ডত ধান কাটি থকা অৱস্থাত ছনত জামাল নামৰ এজন দিন হাজিৰা কৰা লোকক দংশন কৰিলে বিষাক্ত সাপ ৰাছেল ভাইপাৰে । ছনত জামালক সৃজনগ্ৰাম মডেল হস্পিতালত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয় । মঙ্গলবাৰে স্থানীয় লোকে জানিবলৈ দিয়া মতে এন্টিভেনম দিয়া হৈছে ব্যক্তিজনক ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!