This browser does not support the video element.
শিৱসাগৰ: প্ৰসংগ নাগৰিকত্ব সংশোধনী আইন শিৱসাগৰত আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনৰ সংবাদ মেল সম্বোধন
Sibsagar, Sivasagar | Sep 3, 2025
প্ৰসংগ নাগৰিকত্ব সংশোধনী আইন শিৱসাগৰত আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনৰ সংবাদ মেল সম্বোধন। কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইনৰ অধিসূচনা জাৰিৰ সন্দৰ্ভত দিয়া সময়সীমাৰ সন্দৰ্ভত ব্যক্ত কৰে প্ৰতিক্ৰিয়া। সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সমীৰণ ফুকনে এই সন্দৰ্ভত বহু কেইটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি সম্বোধন কৰে সংবাদ মেলৰ।