Download Now Banner

This browser does not support the video element.

মাজুলী: চাৰিঘৰীয়া বিলত ৰাইজে প্রত্যক্ষ কৰে এটা গঁড়, গঁড়টো খেদিবৰ বাবে বন বিভাগে চেষ্টা কৰি থকা বুলি বন বিভাগৰ ৰেঞ্জাৰৰ মন্তব্য

Majuli, Majuli | Apr 7, 2024
পুৱাই চাৰিঘৰীয়া বিলত স্থানীয় ৰাইজে প্রত্যক্ষ কৰে এটা গঁড়। ঘটনা স্থলীত বন বিভাগৰ লোক উপস্থিত হয়। গঁড় চাবলৈ স্থানীয় ৰাইজে ভিৰ কৰে। আৰক্ষী লোক উপস্থিত হৈ ৰাইজক নিৰাপদ স্থানলৈ পঠিয়াই। ৰেঞ্জাৰ গৰাকীয়ে সংবাদ মাধ্যমত মন্তব্য প্ৰদান কৰি কয় মাজুলীত চাৰিটা গড়ে বিচৰণ কৰি আছে। এইটো গঁড়ৰ জনাঞ্চল পৰা নিৰাপদ স্থানলৈ খেদিবলৈ চেষ্টা কৰিম।
Read More News
T & CPrivacy PolicyContact Us