Download Now Banner

This browser does not support the video element.

ধুবুৰী ভাগ: পৰ্বতঝোৰাত BPF দলৰ আশীৰ্বাদ যাত্ৰাত উপস্থিত হাগ্ৰামা মহিলাৰী

Dhubri Part, Dhubri | Aug 25, 2025
BTC নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ আগতেই BTC দখল কৰাৰ বাবে তৎপৰ হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন BPF দল। BPF দলৰ পৰ্বতঝোৰা জিলা সমিতিৰ উদ্যোগত কাজিগাঁওত আয়োজিত আশীৰ্বাদ যাত্ৰাত উপস্থিত হয় BPF প্ৰধান হাগ্ৰামা মহিলাৰী।
Read More News
T & CPrivacy PolicyContact Us