Download Now Banner

This browser does not support the video element.

পূব ডিব্ৰুগড়: লাহোৱালৰ বকুলত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা পথ দুৰ্ঘটনা, দুখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষত আহত দুজন

Dibrugarh East, Dibrugarh | Sep 4, 2025
লাহোৱালৰ বকুলত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা। দুখন বাইকৰ মাজত মুখামুখী সংঘৰ্ষত গুৰুতৰ ভাৱে আহত হয় দুজন বাইক আৰুহী। কালি বুধবাৰে নিশা ১১ বজাত সংঘটিত হৈছে এই দুৰ্ঘটনাটো। আহত দুজন বাইক আৰুহীক সংকট জনক অৱস্থাত AMCH লৈ প্ৰেৰণ। ডিব্ৰুগড়ৰ পৰা AS06 S 3222 আৰু বিপৰীত দিশৰ পৰা অহা AS06 X 9335 নম্বৰৰ মটৰ চাইকেলৰ মাজত দুৰ্ঘটনাটো সংঘটিত হয়
Read More News
T & CPrivacy PolicyContact Us