This browser does not support the video element.
টেঙাখাত: দুলীয়াজানৰ জয়ানগৰত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ৰুদ্ৰেশ্বৰ গগৈ নামৰ এজন গৃহৰক্ষী জোৱান
Tengakhat, Dibrugarh | Sep 2, 2025
আজি মঙ্গলবাৰে দিনৰ ১ বজাত দুলীয়াজানৰ জয়ানগৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। শোকাৱহ পথ দুৰ্ঘটনাটোত থিতাতে নিহত হৈছে এগৰাকী গৃহৰক্ষী বাহিনীৰ জোৱান। নিহত গৃহৰক্ষী জোৱানজন ঘৰ টিংখাং লেঙেৰী অঞ্চলৰ ৰুদ্ৰেশ্বৰ গগৈ বুলি জানিব পৰা গৈছে। জোৱান গৰাকী এখন নম্বৰ প্লেট বিহীন নতুন মটৰচাইকেলত দুলীয়াজানৰ অভিমুখে আহি আছিল