This browser does not support the video element.
বিজনী ভাগ: বিজনীত মনোনয়ন পত্ৰ দাখিল কৰে BPF ৰ নিসিমা সমষ্টিৰ প্ৰাৰ্থী জেমছ বসুমতাৰীয়ে
Bijni Part, Chirang | Sep 1, 2025
আজি চিৰাং জিলাৰ বিজনীত আগন্তুক বিটিচি নিৰ্বাচনৰ নিসিমা পৰিষদীয় সমষ্টিৰ পৰা BPF ৰ প্ৰাৰ্থী জেমছ বসুমতাৰীয়ে মনোনয়ন পত্ৰ দাখিল কৰে ,দুই শতাধিক দলীয় কৰ্মী সমৰ্থক লৈ মনোনয়ন পত্ৰ দাখিল কৰে BPF ৰ নিসিমা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী জেমছ বসুমতাৰীয়ে ,সংবাদ মাধ্যমৰ আগত প্ৰাৰ্থী জেমছ বসুমতাৰীয়ে কয় যে যোৱা নিৰ্বাচনতকৈ এইবাৰ দ্বিগুণ ভোট বেছিকৈ লাভ কৰিব।