Download Now Banner

This browser does not support the video element.

বঙাইগাঁও ভাগ: নিউ বঙাইগাঁও ৰেলৱে ষ্টেচনত দুই কিশোৰী অপহৰণকাৰীক আটক অসম ৰেল আৰক্ষীৰ

Bongaigaon Part, Bongaigaon | Aug 23, 2025
বঙাইগাঁও জিলাৰ নিউ বঙাইগাওঁ ষ্টেচনত দুই অপহৰণকাৰীক আটক। জি আৰপিৰ অভিযানত আটক দুই অপহৰণকাৰীক। কিশোৰী অপহৰণত অভিযুক্ত মহম্মদ চাহিনুৰ আলী আৰু আব্দুল চামাদ। এগৰাকী ১৫ বছৰীয়া কিশোৰীক ফুচুলাই বহি:ৰাজ্যলৈ লৈ যোৱা পৰিকল্পনা কৰিছিল দুই যুৱকে। নিউ বঙাইগাঁও জিআৰপিয়ে অপহৰণ চেষ্টা সফল হবলৈ নিদিলে দুই যুৱকৰ। এই ঘটনাক লাভ জেহাদৰ আখ্যা বিশ্ব হিন্দু পৰিষদ বঙাইগাঁও জিলা সমিতিৰ।
Read More News
T & CPrivacy PolicyContact Us