This browser does not support the video element.
তিনিচুকীয়া: বৰজান কালী বাড়িত গণেশ বিসৰ্জন কাৰ্যসূচী
Tinsukia, Tinsukia | Aug 30, 2025
ৰাজ্যৰ সমান্তৰালভাৱে তিনিচুকীয়াৰ বিভিন্ন প্ৰান্তত গনেশ চতুৰ্থী অতি উলহ মালহেৰে পালন কৰা হল । পূজা সম্পন্ন কৰাৰ পাছত যোৱাকালি বহু স্থানত গণেশ বিসৰ্জন কাৰ্যসূচী ৰূপায়ণ কৰা হয় । যদিও বৰজান কালী বাড়িত নীতি নিয়মৰ মাজেৰে অঞ্চলটোৰ কেইবাখনো পূজা কমিটিয়ে আজি শনিবাৰে গনেশ বিসৰ্জন কৰে । বিয়লি প্রায় ৪ বজাত গণেশ বিসৰ্জন দিবলৈ যোৱা ভক্তসকলে নাচি বাগি আনন্দত মতলীয়া হোৱা দেখা যায় ।