Download Now Banner

This browser does not support the video element.

দাংতল ৰাজহ চক্ৰ: কদমতলাত চিৰাং জিলা আক্ৰাছুৰ উদ্যোগত কলা দিৱস পালন

India | Aug 28, 2025
আজি ২৮ আগষ্ট দিনটো আক্ৰাছুৱে প্ৰতি বছৰৰ দৰে আজিও চিৰাং জিলাৰ উদ্যোগত কদমতলাত কলা দিৱস পালন কৰে,আজিৰ এই কলা দিৱস পালনত কেন্দ্ৰীয় আক্ৰাছুৰ কাৰ্য্যকাৰী সভাপতি সুনিল ৰায় ,চিৰাং জিলা আক্ৰাছুৰ সভাপতি নিৰ্মল ৰায় আৰু সাধাৰণ সম্পাদক ইন্দ্ৰজিৎ ৰায় উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us