Install App
chandanhiramorigaon
This browser does not support the video element.
মৰিগাঁও: জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সন্মুখৰ পৰা আনুষ্ঠানিক ভাৱে ফ্লেগ অফ কৰি ৯০ খন যানবাহনক চলাচলৰ অনুমতি প্ৰদান,উপস্থিত বিধায়ক
Marigaon, Morigaon | Aug 22, 2025
মৰিগাঁৱৰ জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সন্মুখৰ পৰা আনুষ্ঠানিক ভাৱে ৬০ খন নীলা আৰু ৩০ খন কলা ৰঙৰ বিশেষ ষ্টিকাৰ যুক্ত অটো ৰিক্সাক পৌৰ সভাৰ এলেকাত চলাচলৰ অনুমতি প্ৰদান।জিলা আয়ুক্ত অনামিকা তেৱাৰী,জিলা আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস,অতিৰিক্ত আয়ুক্ত নীতিশা বৰা ,পৌৰসভাৰ পৌৰপতি যোগেশ তামুলী,জিলা পৰিবহণ বিষয়াৰ উপস্থিতিত ফ্লেগ অফ কৰি চলাচলৰ অনুমতি প্ৰদান কৰে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!