Download Now Banner

This browser does not support the video element.

ধুবুৰী ভাগ: জিলা বিজেপিৰ উদ্যোগত চহৰত সাংগঠনিক আদৰণি সভা অনুষ্ঠিত

Dhubri Part, Dhubri | Aug 27, 2025
জিলা অটল বিহাৰী বাজপেয়ী ভৱন সভা কক্ষত ধুবুৰী জিলাৰ নৱ-নিযুক্ত প্ৰভাৰী শ্ৰীমতী হিমানী অধিকাৰী ডাঙৰীয়ানী আৰু সহ প্ৰভাৰী শ্ৰীযুত জিবেশ ৰায় ডাঙৰীয়াৰ উপস্থিতিত এখন সাংগঠনিক আদৰণি সভা অনুষ্ঠিত কৰা হয়।উক্ত সভাত ভাৰতীয় জনতা পাৰ্টিৰ ধুবুৰী জিলা সভাপতি শ্ৰীযুত ৰঞ্জিত কুমাৰ ৰায় ডাঙৰীয়াৰ লগতে ধুবুৰী-গৌৰীপুৰ উন্নয়ন অধ্যক্ষ শ্ৰীযুত দীপক কুমাৰ সাহা ডাঙৰীয়া আৰু অন্য
Read More News
T & CPrivacy PolicyContact Us