Download Now Banner

This browser does not support the video element.

মাৰ্ঘেৰিটা: মৰাণ সকলৰ ষষ্ঠ অনুসূচী ভুক্ত স্বায়ত্ব শাসনৰ দাবীত আন্দোলনৰ সন্দৰ্ভত মামৰণীত সদৌ মৰাণ ছাত্ৰ সন্থাৰ সজাগতা সভা

Margherita, Tinsukia | Aug 28, 2025
অসমৰ আদিম জনজাতি মৰাণ সকলৰ অনুসূচী কৰণ আৰু ষষ্ঠ অনুসূচী ভুক্ত স্বায়ত্ব শাসনৰ দীর্ঘদিনীয়া দাবীত অহা ২ ছেপ্টেম্বৰৰ পৰা সদৌ মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত মৰাণ জনগোষ্ঠীৰ আটাইকেইটা সংগঠনৰ সহযোগত এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰা হৈছে । আন্দোলন কাৰ্যসূচীৰ সন্দৰ্ভত তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তত সজাগতা সভা অনুষ্ঠিত কৰি অহা হৈছে । সেই উদেশ্যৰে বৃহস্পতিবাৰে বিয়লি প্ৰায় ৩ বজাত মামৰণী গাঁৱত সদৌ মৰাণ ছাত্ৰ সন্থাই এক সজাগতা সভা অনুষ্ঠিত কৰে ।
Read More News
T & CPrivacy PolicyContact Us