This browser does not support the video element.
তিনিচুকীয়া: মাকুম-ডিগবৈ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজৰ আনন্দবাগত ভয়ংকৰ পথ দুৰ্ঘটনা,দুজন গুৰুতৰ ভাৱে আহত
Tinsukia, Tinsukia | Aug 27, 2025
বুধবাৰে পুৱা প্ৰায় ৮ মান বজাত মাকুম-ডিগবৈ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজৰ আনন্দবাগত ভয়ংকৰ পথ দুৰ্ঘটনা। টেংকাৰ আৰু ইটা ভৰ্তি 709 ৰ মাজত মুখামুখি সংঘৰ্ষ। AS01PC7082 নম্বৰৰ ডিগবৈ অভিমুখে গৈ থকা এখন টেংকাৰ আৰুAS23AC9474 নম্বৰৰ মাকুম অভিমুখে আহি থকা ইটা ভৰ্তি 709 মাজত দুৰ্ঘটনাটো সংঘটিত হয়। জানিবলৈ পৰা অনুসৰি ইটা ভৰ্তি 709 খনত থকা গুৰুতৰ ভাৱে আহত হোৱা দুজনক স্থানীয় ৰাইজৰ সহায়ত বাহন খনৰ পৰা উদ্ধাৰ কৰা হয়। ইপিনে টেংকাৰ খনৰ চালক জন আহত হোৱা বুলি জানিবলৈ পৰা গৈছে।