This browser does not support the video element.
গুৱাহাটী: কোচৰাজ বংশী নেতা বিশ্বজিৎ ৰায় যোগদান বিজেপিত , বশিষ্ঠত যোগদান কৰি আগবঢ়াই প্ৰতিক্ৰিয়া
Guwahati, Kamrup Metropolitan | Sep 12, 2025
কোচৰাজ বংশী নেতা বিশ্বজিৎ ৰায় যোগদান বিজেপিত , বশিষ্ঠত যোগদান কৰি আগবঢ়াই প্ৰতিক্ৰিয়া ।"মই ব্যক্তিগত সুবিধাৰ বাবে BJP ত অহা নাই , উন্নয়নৰ স্বাৰ্থতহে আহিছোঁ । ব্যক্তিগত স্বাৰ্থত আহিলে ২০১৯ তে কোনোবা এটা দলত যোগদান কৰিব পৰিলোঁহেঁতেন।BJP ত যোগদান কৰিছোঁ যেতিয়া প্ৰাৰ্থীত্বৰ বাবে আৱেদন কৰিমেই । কাম কৰিবলৈ ক্ষমতা লাগিবই।