Install App
shivbhakti
This browser does not support the video element.
গুৱাহাটী: 'এনআৰচিত বহু খিলঞ্জীয়াৰ নাম বাদ পৰিছিল', গুৱাহাটীত এনআৰচিৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ বিস্ফোৰক মন্তব্য
Guwahati, Kamrup Metropolitan | Aug 23, 2025
শনিবাৰে গুৱাহাটীত এনআৰচিৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ বিস্ফোৰক মন্তব্য। জুলাইৰ ২৪ তাৰিখে NRCৰ পুনৰীক্ষণৰ দাবীৰে উচ্চতম ন্যায়ালয়ত আৱেদন দাবি কৰিছিলো NRCত বহু খিলঞ্জীয়াৰ নাম বাদ পৰিছিল বহুলোকে অবৈধভাবে NRCত নিজৰ নাম অন্তৰ্ভুক্ত কৰিছিল। NRCত সন্দেহযুক্ত নাগৰিকৰ নাম প্ৰায় ৫০ লাখৰ ওপৰ হ’ব।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!