Download Now Banner

This browser does not support the video element.

হোজাই: জুবিন গাৰ্গৰ বিয়োগত উত্তৰ বিদ্যানগৰত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন স্থানীয় ৰাইজৰ

Hojai, Hojai | Sep 22, 2025
হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ বিয়োগত হোজাইত গভীৰ শোক প্ৰকাশ বিভিন্নজনৰ।হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ মৃত্যুত এতিয়া সমগ্ৰ ৰাজ্যজুৰি পৰিছে শোকৰ ছাঁ।সোমবাৰে সন্ধিয়া প্ৰায় ৭মান বজাত জুবিন গাৰ্গক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন হোজাই উত্তৰ বিদ্যানগৰৰ স্থানীয় ৰাইজৰ।আজি তেওঁ নিজৰ গানৰ মাজতেই নিজে বিলীন হৈ গল হাৰ্টথ্ৰৱ জুবিন গাৰ্গ।জুবিন গাৰ্গৰ বিয়োগত একাংশয় হুকহুকাই কান্দিছে।একাংশয় আকৌ জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰি তেওঁলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা পৰিলক্ষিত হয়।
Read More News
T & CPrivacy PolicyContact Us