This browser does not support the video element.
শদিয়া: শদিয়াত সেৱা সপ্তাহৰ অংশ হিচাপে স্বাস্থ্যসেৱা শিবিৰ অনুষ্ঠিত কৰাৰ সন্দৰ্ভত বৈঠক বিধায়ক বলীন চেতিয়াৰ
Sadiya, Tinsukia | Sep 10, 2025
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি অহা ১৭ ছেপ্টেম্বৰৰ পৰা ২৩ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হব লগা সেৱা সপ্তাহৰ অংশ হিচাপে শদিয়া বিধানসভা সমষ্টিত বিশেষ স্বাস্থ্যসেৱা শিবিৰৰ আয়োজন কৰা হৈছে। শদিয়া সম-জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি বুধবাৰে সম-জিলা আয়ুক্ত ৱাচবীৰ সুভানী আৰু খণ্ড উন্নয়ন বিষয়াসকলৰ সৈতে এই সন্দৰ্ভত আলোচনা কৰে বিধায়ক বলীন চেতিয়াই ।