This browser does not support the video element.
ধুবুৰী ভাগ: অধিক তৎপৰ ধুবুৰী জিলা প্ৰশাসন, চহৰত দুটাকৈ স্থানত উচ্ছেদ অভিযান
Dhubri Part, Dhubri | Jun 14, 2025
পদপথৰ দোকান ভাঙিবলৈ নিৰ্দেশ জিলা প্ৰশাসনৰ। জিলা প্ৰশাসনৰ নিৰ্দেশৰ পাছতে হাহাঁকাৰ দোকানী সকলৰ । ধুবুৰীৰ আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখৰ দুটাকৈ পাৰ ঘাটত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান। কাছাৰীঘাট আৰু পাথৰ ঘাটত প্ৰশাসনে উচ্ছেদ চলাই থকাৰ সময়চোৱাতে নিজে নিজে দোকান ভাঙি লৈ গৈ আছে ব্যৱসায়ী সকল ।