Download Now Banner

This browser does not support the video element.

হোজাই: নতুন বজাৰৰ এজন লোকৰ বাসগৃহত উদ্ধাৰ এডাল বিষাক্ত ক'লা ফেঁটী সাপ

Hojai, Hojai | Aug 23, 2025
শনিবাৰে দিনৰ প্ৰায় ৩বজাত হোজাই নতুন বজাৰৰ এজন লোকৰ বাসগৃহত উদ্ধাৰ এডাল বিষাক্ত কলা ফেঁটি সাপ।লোকজনৰ চোতালৰ পৰা উদ্ধাৰ কৰা হয় এই বিষাক্ত সাপডালক।এই বিষাক্ত সাপডাল কেইবাদিন ধৰি ঘৰৰ চোতালত ঘূৰি ফুৰা প্ৰত্যক্ষ কৰিছিল গৃহস্থই।পুনৰ আজি সাপডালক গৃহস্থই দেখাত উদ্ধাৰ কাৰী দলক খবৰ দিয়াত উদ্ধাৰকাৰী দল উপস্থিত হৈ সাপডালক উদ্ধাৰ কৰি বনাঞ্চললৈ এৰি দিয়াৰ ব্যৱস্থা কৰে।
Read More News
T & CPrivacy PolicyContact Us