Download Now Banner

This browser does not support the video element.

বিহপুৰীয়া: লালুকৰ এঘাৰ মাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, পথত ৰখাই থোৱা মাৰুতি ছুইফ্ট বাহনত খুন্দা বাইকৰ, গুৰুতৰভাৱে আহত দুজন

Bihpuria, Lakhimpur | Aug 25, 2025
লখিমপুৰৰ লালুকৰ এঘাৰ মাইলত দেওবাৰে নিশা ভয়ংকৰ পথ দূৰ্ঘটনা। পথত ৰখাই থোৱা মাৰুতি ছুইফ্ট বাহনত খুন্দা বাইকৰ। গুৰুতৰভাৱে আহত দুই বাইক আৰোহী। ঘটনাস্থলীত লালুক আৰক্ষী উপস্থিত হৈ বাইক আৰোহী দুজনক প্ৰেৰণ কৰে চিকিৎসালয়লৈ।
Read More News
T & CPrivacy PolicyContact Us