Download Now Banner

This browser does not support the video element.

বৰমা ভাগ: হাউলীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ স্বপ্না হোটেলৰ সন্মুখত দুৰ্ঘটনা, থিতাতে নিহত নাইট চুপাৰৰ চালক

India | Sep 10, 2025
হাউলীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ স্বপ্না হোটেলৰ সন্মুখত দুৰ্ঘটনা । ৰাষ্ট্ৰীয় ঘাইপথৰ ডাইভাৰচন এটাত ইউ টাৰ্ণ লবলৈ ধৰোতেই এখন নাইট চুপাৰক খুন্দা তীব্ৰবেগী ট্ৰাকৰ । ট্ৰাকৰ খুন্দাত নাইট চুপাৰখনৰ চালকজন থিতাতে নিহত হয়। ইপিনে বাছখনত থকা আন ৪ জন যাত্ৰীও আহত হয়।কোচবিহাৰ পৰা অৰুণাচলৰ ইটানগৰলৈ যোৱাৰ কথা আছিল নাইট চুপাৰখন । ইপিনে হাউলীৰ স্বপ্না হোটেলত নিশাৰ আহাৰ গ্ৰহনৰ বাবে চুপাৰখন ৰাষ্ট্ৰীয় ঘাইপথত ঘুৰাবলৈ লওতেই একে দিশৰ পৰা আহি থকা তীব্ৰবেগী ট্ৰাকখনে পিছফালৰ খুন্দা মাৰে ৷
Read More News
T & CPrivacy PolicyContact Us