Download Now Banner

This browser does not support the video element.

দাংতল ৰাজহ চক্ৰ: বৰতালোৱাত ৰাজহুৱা শৌচালয় নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মই

India | Aug 22, 2025
আজি চিৰাং জিলাৰ কাজলগাঁও পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বৰতালোৱা বজাৰত এটা ৰাজহুৱা শৌচালয় নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে প্ৰাক্তন মন্ত্ৰী তথা ইউপিপিএল নেতা চন্দন ব্ৰহ্মই ,আজিৰ এই আধাৰশিলা স্থাপন কাৰ্যসূচীত চন্দন ব্ৰহ্মৰ সৈতে দলীয় বিষয় ববিয়া সহ বজাৰ সমিতিৰ বিষয় ববিয়া সকল উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us