Download Now Banner

This browser does not support the video element.

ধুবুৰী ভাগ: গোলকগঞ্জত আৰক্ষীৰ বৃহত সফলতা,পিস্তল সহ আটক পিতা পুত্ৰক

Dhubri Part, Dhubri | Sep 3, 2025
পুৱতি নিশা গোলকগঞ্জ আৰক্ষীৰ এটি দলে হালাকুৰাৰ সোনাখুলি প্ৰথম খণ্ডৰ হামিদ আলী (৬৪) ওৰফে ধুল্লা নামৰ ব্যক্তিজনৰ বাসগৃহত চলাইছিল অভিযান। অভিযানত হস্ত নিৰ্মীত পিস্তল উদ্ধাৰ কৰিবলৈ সক্ষম হয় গোলকগঞ্জ আৰক্ষীয়ে। লগতে গোলকগঞ্জ আৰক্ষীয়ে হামিদ আলী (৬৪) ওৰফে ধুল্লা নামৰ ব্যক্তিজনৰ পুত্ৰ মজনু আলী (৩০) ওৰফে চাঞ্চেক আটক কৰি থানালৈ আনে।
Read More News
T & CPrivacy PolicyContact Us