Download Now Banner

This browser does not support the video element.

আজাৰা: বৰঝাৰ বিমানবন্দৰৰ সমীপৰ বঙৰাত ভয়ংকৰ পথ দুৰ্ঘটনা,দুৰ্ঘটনাত থিতাতে নিহত এজন লোক

Azara, Kamrup Metropolitan | Apr 10, 2024
বৰঝাৰ বিমানবন্দৰৰ সমীপৰ বঙৰাত ভয়ংকৰ পথ দুৰ্ঘটনা ,দুৰ্ঘটনাত থিতাতে নিহত এজন লোক । শিক্ষাৰ্থীভৰ্তিস্কুল বাছ আৰু বাইকৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনাটি । ৩২ জন ছাত্ৰ ছাত্ৰী সহিতে দিল্লী পাব্লিক স্কুলৰ AS-01-PC-1675 নম্বৰৰ বাছখন বিদ্যালয় অভিমুখে গৈ থাকোতে AS-01-FL-8710 নম্বৰৰ তীব্ৰবেগী Yamaha MT বাইকৰ লগত মূখামুখী সংঘৰ্ষ হয় ।দুৰ্ঘটনাটোত থিতাতে নিহত হয় বাইক আৰোহীজন ।
Read More News
T & CPrivacy PolicyContact Us