This browser does not support the video element.
মাৰ্ঘেৰিটা: ডিগবৈত আটছা জিলা সমিতিৰ একাদশ দ্বি-বার্ষিক সাধাৰণ অধিবেশনত উপস্থিত বিধায়ক সঞ্জয় কিষাণ
Margherita, Tinsukia | Sep 26, 2025
আটছা তিনিচুকীয়া জিলা সমিতিৰ একাদশ দ্বি-বার্ষিক সাধাৰণ অধিবেশনখনি ডিগবৈ শাখা সমিতিৰ আতিথ্যত আৰু তিনিচুকীয়া, মাকুম, ডুমডুমা, তালাপ, মাৰ্ঘেৰিটা আৰু পেঙেৰী শাখা সমিতিৰ সহযোগত আজি শুকুৰবাৰৰ পৰা ডিগবৈত অনুষ্ঠিত হৈছে। এই উপলক্ষে চাহ জনগোষ্ঠীৰ মহান নেতা ছাইমন সিং হ'ৰ' আৰু সন্তোষ কুমাৰ তপ্ন', হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সঞ্জয় কিষানে