Download Now Banner

This browser does not support the video element.

দলগাঁও ভাগ: দলগাওত তৃণমূল কংগ্ৰেছৰ যোগদান কাৰ্যসূচী, এআইউইএফ কৰ্মীয়ে যোগদান কৰে তৃণমূল কংগ্ৰেছত

Dalgaon Part, Darrang | Sep 8, 2025
দলাওত তৃণমূল কংগ্ৰেছৰ যোগদান কাৰ্যসূচী। প্ৰায় শতাধিক এআইউইএফ কৰ্মীয়ে তৃণমূল কংগ্ৰেছত যোগদান কৰে। লগতে এই অনুষ্ঠানতে তৃণমূল কংগ্ৰেছৰ সাংগঠনিক দিশৰ ওপৰত আলোচনা হয়।
Read More News
T & CPrivacy PolicyContact Us