Download Now Banner

This browser does not support the video element.

মানকাচৰ: সুখচৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চোৰৰ ঘৰত অভিযান চলাই চুৰি হোৱা বহু সামগ্ৰী উদ্ধাৰ

Mankachar, South Salmara-Mankachar | Aug 23, 2025
শনিবাৰে দিনৰ আনুমানিক ১ বজিত কেছ নং ৫০/২০২৫ ইউ/এছ ৩৩১(৪)/৩০৫ বিএনএছৰ সৈতে জড়িত, আৰক্ষীৰ জিম্মাত থকা আটকাধীন অভিযুক্তক পুনৰ জেৰা কৰাৰ পিছত বিল্লাল মিয়াহ। অভিযোগকাৰীৰ বাসগৃহত সংঘটিত চুৰিৰ সৈতে জড়িত থকাৰ কথা উল্লেখ স্বীকাৰ কৰে। তেওঁৰ এই স্বীকাৰোক্তিৰ ওপৰত ভাত্তি কৰি আজি তেওঁৰ নেতৃত্বত পুনৰ তেওঁৰ ঘৰত তালাচী চলোৱা হয়।
Read More News
T & CPrivacy PolicyContact Us